--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাৰ আই পি এলত কলকাতাৰ কোনো দলে খেলিব নোৱাৰে। বুধবাৰে মহিলাৰ আই পি এলত কোন পাঁচখন চহৰে খেলিব সেয়া সিদ্ধান্ত লোৱা হৈছে। কলকাতা সেই তালিকাত নাই। শ্বাহৰুখ খানৰ কলকাতা নাইট ৰাইডাৰ্ছে আবেদন কৰাৰ পিছতো দলটোৱে স্থান লাভ নকৰিে। মুম্বাই আৰু বেংগালুৰুকে ধৰি মুঠ পাঁচখন চহৰেহে স্থআন লাভ কৰিছে।

আদানি স্পৰ্টছলাইন প্ৰাইভেট লিমিটেডে আহমেদাবাদৰ দলটোক  সৰ্বাধিক মূল্যত ক্ৰয় কৰিছে। আদানীয়ে  দলটো ১২৮৯ কোটি টকাত ক্ৰয় কৰিছে। ইণ্ডিয়াউইন স্পৰ্টছ প্ৰাইভেট লিমিটেডে মুম্বাই দলটো ৯১২.৯৯ কোটি টকাত ক্ৰয় কৰিছে।  ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে দলটোক ৯০১ কোটি টকাত ক্ৰয় কৰিছে। তেওঁলোকে বেংগালুৰুৰ পৰা খেলিব। জেএছডব্লিউ জিএমআৰ ক্ৰিকেটে দিল্লী দলটো   ৮১০ কোটি টকাত ক্ৰয় কৰিছে। লক্ষ্ণৌৰ দলটো কেপ্ৰি গ্লোবেল হোল্ডিংছে ক্ৰয় কৰিছে।  ৭৫৭ কোটিত বিক্ৰী হৈছে দলটো।

প্ৰথম মহিলা আই পি এল ৩ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ক্ৰিকেট বিষয়াসকলে মহিলাৰ আই পি এলক বাণিজ্যিকভাৱে সফল কৰিবলৈ চেষ্টা কৰাৰ কোনো ক্ৰুটি থকা নাই। যোৱা সপ্তাহত ভায়াকম18-এ টিকে 951 কোটিৰ বিনিময়ত পাঁচ বছৰৰ (2023 ৰ পৰা 2027) বাবে প্ৰতিযোগিতাখনৰ সম্প্ৰচাৰ অধিকাৰ লাভ কৰিছে৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক