--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ ক্ৰিকেট তাৰকা ছাদাব খানে বিয়া কৰালে। পাকিস্তানী অলৰাউণ্ডাৰগৰাকীৰ নতুন পত্নীও এটা ক্ৰিকেট পৰিয়ালৰে কন্যা। প্ৰাক্তন পাকিস্তানী তাৰকা চাকলেইন মুস্তাকৰ কন্যাক বিয়া কৰাইছে চাদাৱে৷

ছাদাবৰ বিয়া মনে মনেই হৈ যায়। তেওঁ কাকো বিশেষ নিমন্ত্ৰণ কৰা নাছিল। অনুষ্ঠানটোত দুয়োটা পৰিয়ালৰ মুষ্টিমেয় নিকট আত্মীয় উপস্থিত আছিল। ২৪ বছৰীয়া অলৰাউণ্ডাৰগৰাকীয়ে বিবাহৰ বিষয়ে বেছি হুলস্থুলো বিচৰা নাছিল।

চাকলেইন মুস্তান বৰ্তমান পাকিস্তান ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক৷ তেওঁৰ জীয়ৰী ছানা চাকলাইনে ছাদাবৰ স’তে বিবাহপাশত আৱদ্ধ হৈছে। ছাদাবে সামাজিক মাধ্যমত তেওঁৰ বিবাহৰ কথা ঘোষণা কৰিছে।

তেওঁ লিখে- "মই বিবাহ সম্পূৰ্ণ কৰিছো। এই দিনটো মোৰ জীৱনত এটা বহুত ডাঙৰ দিন। মই মোৰ জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিলো।’’

উল্লেখ্য যে যোৱা এমাহতে তিনিজন পাকিস্তানী ক্ৰিকেটাৰে তেওঁলোকৰ বিবাহ সম্পূৰ্ণ কৰিছে। তেওঁলোক আছিল- হেৰিছ ৰউফ আৰু ছান মাসুদ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক