--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুটবলৰ মহাৰণৰ আজি অন্তিম দিন। আজিয়েই নিৰ্ধাৰণ হ’ব কোন হ’ব বিশ্বৰ ফুটবলৰ ৰজা। ফাইনেল খেলখনৰ কেইঘণ্টামান আগতে ফিফা জ্বৰে এতিয়া আক্ৰান্ত কৰিছে সমগ্ৰ বিশ্বকে। ইয়াৰ পৰা মুক্ত হৈ থাকিব পৰা নাই ভাৰতো।

 সমগ্ৰ বিশ্বতে এতিয়া  প্ৰাক-মেচ উত্তেজনাই বিৰাজ কৰি আছে।  ফুটবল অনুৰাগীসকলে আৰ্জেণ্টিনাৰ বাবে আনন্দ আৰু উল্লাস প্ৰকাশ কৰাও দেখা গৈছে। আনন্দৰ  দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেলো হৈ পৰিছে।  ভাৰতৰ এখন  ছবিখনে এতিয়া বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে। 

মেছিৰ অনুৰাগী আৰু আৰ্জেণ্টিনা দলৰ প্ৰতি থকা মৰম ভাৰতত ব্যাপক হাৰত উপচি পৰিছে।  আৰ্জেণ্টিনাৰ সমৰ্থনত সজাই তোলা এখন  চাহৰ দোকানে  এতিয়া নেটিজেনক আমোদ দিছে। পশ্চিম বংগৰ এই দোকান খনৰ এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । য'ত এগৰাকী মহিলা অনুৰাগীয়ে আৰ্জেণ্টিনা দলৰ  বাবে শুভকামনা জনোৱাৰ লগতে  আৰ্জেণ্টিনাৰ বাবে আনন্দ প্ৰকাশ  কৰিছে। আৰ্জেণ্টিনাৰ সফলতা কামনা কৰি   তেওঁ গ্ৰাহকসকলক বিনামূলীয়াকৈ চাহ আগবঢ়াইছে।

গ্ৰাহকে বিনামূলীয়াকৈ চাহ খোৱাৰ লতে আৰ্জেণ্টিনাক আশীৰ্বাদ কৰিছে।  আনকি চাহ প্ৰস্তুত কৰা দোকান খনৰ ছাইনবোৰ্ডৰ কাষত থিয় হৈ থকা মহিলাগৰাকীয়ে আৰ্জেণ্টিনাৰ বাবে বিনামূলীয়া চাহ  খাই যাওঁক বুলিও কয়। চাইনবোৰ্ডত দোকান খনৰ নাম  তাইক "কালু দি" বুলি উল্লেখ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক