--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইৰাণৰ এখন আদালতে এক ইৰাণী দম্পতীক সামাজিক মাধ্যমত ৰাস্তাত নৃত্য কৰাৰ এটা ভিডিঅ’ পোষ্ট কৰাৰ বাবে ১০ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। তেওঁলোকক দুৰ্নীতি, পতিতাবৃত্তিৰ বাবে দোষী সাব্যস্ত কৰা হৈছে। বিবিচিৰ এক বাতৰিত এই কথা প্ৰকাশ পাইছে।

ভিডিঅ’টোত দম্পতীহালক তেহৰাণৰ আজাদী টাৱাৰত নৃত্য কৰা দেখা গৈছে। কিন্তু তাতে ক্ষুণ্ন হৈ পৰে প্ৰশাসন।

উল্লেখ্য যে ইৰাণত তীব্ৰভাৱে হিজাব বিৰোধী আন্দোলন চলি আছে। ইৰাণৰ কৰ্তৃপক্ষই প্ৰতিবাদত যোগদান কৰা লোকসকলক কঠোৰ শাস্তিও প্ৰদান কৰিছে।

অৱশ্যে এই দম্পতীৰ নৃত্য ইৰাণত চলি থকা প্ৰতিবাদৰ সৈতে সম্পৰ্কিত নহয়। উক্ত দম্পতীটোৱে তেওঁলোকৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ পোষ্ট কৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছে। সামাজিক মাধ্যমত তেওঁলোকৰ প্ৰায় দুই মিলিয়ন অনুসৰণকাৰী আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ