--°C
Loading...
Listen to Article
2 min read
80%


 ১৮ জুলাই ২০২৩, মঙলবাৰ


মেষ : গুপ্ত শত্ৰু পৰাভূত হ’ব। মাংগলিক চিন্তাত ব্ৰতী। আলহীৰ সমাগম লগতে খৰচ বৃদ্ধিৰ যোগ। ৰোগৰ ভয় দূৰ হ'ব। শুভ সংখ্যা ৪।

বৃষ : সমস্যা সমাধানত আত্মীয়ৰ সংযোগ। আত্মীয়ৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা। খৰচ বৃদ্ধি। যান-বাহনৰ পৰা সাৱধান। শুভ সংখ্যা ৭।

মিথুন : অনেক জ্ঞানৰ সুযোগ পাব। কোনো মাংগলিক কৰ্মত যোগদান। ৰাজনৈতিক সচেতনতা বৃদ্ধি। শিৱ মন্দিৰত চাকি দিয়ক। শুভ সংখ্যা ৯।

কৰ্কট : বস্তুবাদী লোকে জনপ্ৰিয়তা হেৰুৱাব পাৰে। কৰ্মক্ষেত্ৰত সাৱধান। আনক প্ৰশংসা কৰক। বিদ্যাত আনন্দ। শুভ সংখ্যা ৩।

সিংহ : আত্মবিশ্বাসে সহায় কৰিব। যোগাযোগত উন্নতি। শুভ ৰং গুলপীয়া। গৃহ নিৰ্মাণৰ চিন্তা। ৰহস্য ভেদ কৰিব পাৰিব। শুভ সংখ্যা ৮।

কন্যা : মনত কোনো চঞ্চলতা আৰু উদাস ভাব নাৰাখিব। ধূমপান-সুৰা সেৱনৰ পৰা আঁতৰি থাকক। অবৈধ প্ৰেমত মানহানি। শুভ সংখ্যা ৫।

তুলা : সুনাম, কৃতিত্বৰ লাভৰ যোগ। কাম-কাজত বেমেজালি আঁতৰিব। শুভ ৰং কমলা। সমাজৰ কামত দৃঢ়তা। শুভ সংখ্যা ১।

বৃশ্চিক : আশা পূৰণৰ সংকেত। আনক আপদ বুলি নধৰিব। শুভ ৰং গোলাপী। সংঘাত আঁতৰিব। শুভ সংখ্যা ৬।

ধনু : কৃতিত্ব লাভৰ যোগ। কোনো কথাত ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। প্ৰদূষণে কষ্ট দিব পাৰে। কুকুৰ-বান্দৰৰ পৰা সাৱধান। শুভ সংখ্যা ৩।

মকৰ : খং, ক্ষোভ, চঞ্চলতা এৰাই চলক। মধুমেহ, ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। প্ৰতিৱেশীৰ পৰা কষ্ট পাব। শুভ সংখ্যা ২।

কুম্ভ : কৰ্মত অনামনা নহ’ব। সুস্থিৰ চিন্তাত ব্ৰতী থাকক। শুভ ৰং মেৰুণ। মিছা নক’ব। ভ্ৰমণৰ যোগ। শুভ সংখ্যা ১।

মীন : সামাজিক সক্ৰিয়তা বৃদ্ধি পাব। পৰকীয়া প্ৰেমত লিপ্তসকলৰ মানহানি। আৱেগ বৰ্জন কৰক। শিৱ ধ্যান কৰক। শুভ সংখ্যা ৫।







FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ