--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ সকলো দিশতে গছ ৰোপন কৰিলে সমানে সুফল লাভ কৰা নাযায়। ফেংছুইৰ মতে ঘৰৰ দক্ষিণ-পূব অংশটো হ'ল ধন স্থান। এই ধন স্থানৰ প্ৰধান উপাদান হৈছে কাঠ। সেইবাবে ঘৰৰ দক্ষিণ-পূব অংশত কাঠ থাকিব লাগে ।

 গছ-গছনি ৰোপণ কৰিলে ঘৰৰ দক্ষিণ-পূব অংশৰ প্ৰধান উপাদান কাঠ উপলব্ধ হয়। সেইবাবে ঘৰৰ দক্ষিণ-পূব অংশত গছ-গছনি ৰোপণ কৰিব লাগে।

 যদি ঘৰৰ দক্ষিণ-পূব অংশত গছ-গছনি ৰোপণ কৰাৰ কোনো সুবিধা নাথাকে তেন্তে সেই অংশত সেউজীয়া গছ-গছনিৰ ছবি দেৱালত আঁৰি থ'লেও একে ফলেই লাভ কৰা যায়।

 ঘৰৰ দক্ষিণ-পূব অংশত সেউজীয়া গছ-গছনি ৰোপণ কৰিলে গৃহস্থৰ ধন বৃদ্ধি পায়। শোৱনি কোঠাটো যদি দক্ষিণ-পূব অংশত স্থাপন কৰা হয় তেন্তে শোৱনি কোঠাৰ ভিতৰতো সেউজীয়া গছ-গছনিৰ ছবি ৰাখিব পৰা যায় ৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ