--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ২০ ডিচেম্বৰ,বুধবাৰ৷জানো আহক আজিৰ দিনটোৰ ৰাশিফল…



১. মেষ ৰাশি (অ,ল) : -  মেষ ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি(উ,ব) :- বৃষ ৰাশিৰ জাতিক-জাতিকা আজিৰ দিনটোত কৌশলে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব , যদিও আজি আপোনাৰ মনত খং আৰু অভিমান ভাৱ সৃষ্টি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 

৫. সিংহ ৰাশি(ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনত নতুন নতুন আশা সঞ্চাৰ হ'ব, ভ্ৰমণৰ সুযোগ সুবিধা লাভ কৰিব যদিও আজি আপোনাৰ মনৰ পৰা অভিমান ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব নহ'লে অপমানিত হ'ব পাৰে।

৬. কন্যা ৰাশি(প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত যিসকল সমাজ কৰ্মী আছে তেওঁলোকে ৰাজহুৱা কৰ্মত ব্যস্ততা থাকিব পাৰিব, যদিও আজি আপুনি হীনমান্যতাত ভুগিব লগা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপুনি সজাগ নহ'লে আপোনাৰ মনত সামান্য ভয় ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত ধন - সন্মান বাঢ়িব, কৰবাত পাবলগীয়া ধন ঘূৰাই পাৱ পাৰে, শিল্পী সকলৰ শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, কৰ্মত জয় লাভ কৰিব, লগতে আজি আপোনাৰ শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি(ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সৌভাগ্যৰ উদয় হব, আনক সহায় সহযোগিতা কৰিবলৈ মনটো আগ্ৰহী হ'ব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ লিখা পঢ়াত ব্যস্ততা বাঢ়িব হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ দ্বাৰা সহায় সহযোগিতা লাভ কৰিব, উপাৰ্জন বাঢ়িব, লগতে আজি আপোনাৰ ভাল কাপোৰ লাভ হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব, ব্যৱসায় বানিজ্যত লাভাম্বিত হ'ব, লগতে আজি আপোনাৰ বিবাহিত  ব্যক্তি সকলে সন্তানৰ সুখ লাভ  হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে উন্নতি সাধন হব, লগতে আজি আপোনাৰ সঞ্চয় মনোভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক