--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১.মেষ ৰাশি(অ,ল) : -  মেষ ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত সামান্য বাধা আহিব যদিও আজিৰ দিনটোত আপোনাৰ আমোদ - প্ৰমোদৰ মাজেৰে পাৰ হ'ব, লগতে আজি ছাত্ৰ- ছাত্ৰী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি(উ,ব) :- বৃষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব লগতে আজিৰ দিনটোত আপোনাৰ আনন্দ মনে পাৰ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):-  মিথুন ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ আৰ্থিক দিশটো টনকিয়াল হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকা সকলৰ  সকলৰ আজিৰ দিনটোত মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হ'ব পাৰে, যদিও আজি ছাত্ৰ- ছাত্ৰী সকলৰ বিদ্যা আহৰণত শুভ হোৱাৰ যোগ দেখা যায়। 

৫.সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত সকলো দিশতে জয় লাভ কৰিব, পাৰিবাৰিক দিশটো শুভ বুলি কব পাৰি যদিও আজি আপুনি ঘৰুৱা কৰ্মত সজাগ হোৱাটো ভাল হ'ব।

৬.কন্যা ৰাশি(প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত উৎসৱ পাৰ্বনত জড়িত হ'বলৈ সুযোগ লাভ কৰিব, মনত সুখ- শান্তি বাঢ়িব, লগতে আজি আপোনাৰ মনত ভাবি থকা কৰ্মবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।


৭. তুলা ৰাশি(ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্ম কৌশল আয়ত্ব কৰিবলৈ সক্ষম হব, ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপোনাৰ মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত সন্মান বাঢ়িব, প্ৰেমত শুভ হ'ব , লগতে আজি ছাত্ৰ- ছাত্ৰী সকলে জ্ঞান আহৰণৰ কৰিবলৈ সুযোগ লাভ কৰিব।

৯.ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ'ব, সমাজ কৰ্মী সকলে সামাজিক সন্মান লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য স্বাস্থ্যৰ হানি  হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত যিসকল ব্যক্তি ৰাজনীতিৰ লগত জড়িত হৈ আছে তেওঁলোকে ৰাজনৈতিক সা-সুবিধা লাভ কৰিব লগতে আজি শিক্ষক সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে আপোনাৰ মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপোনাৰ উপাৰ্জন সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিব, যদিও আজি আপোনাৰ ক্ষতি কৰিব পৰা ব্যক্তিৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী