--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:শোৱাৰ সময়ত  সপোন প্ৰায় সকলোৱে দেখে। তাৰ মাজত কিছুমান সপোনে ভৱিষ্যতৰ পৰিঘটনাৰ ইংগিত প্ৰধান কৰে। সপোনত প্ৰায় লোকে সৰ্প দৰ্শন কৰে। কিন্তু যেতিয়া এই সাপ সপোনত দেখা পায় তেতিয়া তাৰ ফলো বেলেগ হয়। ফেংছুির মতে সপোনত সাপ দেখিলে বিভিন্ন শুভ আৰু অশুভ ফলাফল হ’ব পাৰে।  সপোনত সাপ দেখা পোৱাৰ ফলাফল এনেধৰণৰ হ’ব পাৰে- 

১.সপোনত যদি  ক'লা ৰঙৰ নাগে  ফেট তুলি বহি থকা দেখি পায় তেন্তে সেয়া শুভ । এয়া  হঠাৎ ধন প্ৰাপ্তিৰ চিন হ’ব পাৰে। 

২. সপোনত যদি পৰি থকা সাপ  দেখা পোৱা যায় তেন্তে ভৱিষ্যতে কাম প্ৰাপ্তিৰ সম্ভাৱনা থাকে।

৩. সপোনত নাগ হত্যা কৰা দেখা পোৱা বা তাৰ  প্ৰহাৰ কৰা দেখা পালে সন্তানৰ দুখ হোৱাৰ আশংকা থাকে। 

৪.যদি সপোনত কিবা খান্দি থাকোতে বা চাফা কৰি থাকোতে সাপ দেখা পোৱা যায় তেন্তে ই সামান্য ৰূপত শুভ হয়। ৰৈ যোৱা কাম সম্পূৰ্ণ হয়।

৫. সপোনত যদি সাপে  গাঁতৰ ভিতৰলৈ সোমাই যোৱা বা গাঁতৰ পৰা ওলাই অহা দেখা পোৱা যায় তেন্তে সেয়া  হঠাৎ  ধন লাভৰ সংকেত আৰু  ব্যৱসায় বৃদ্ধিৰ চিন। 

৬.যদি সপোনত সাপে  দংশন কৰা দেখা পোৱা যায় তেন্তে ইয়াক   শুভ সপোন বুলি মনা হয়। এনেধৰণৰ সপোন দেখা ব্যক্তিৰ ভাগ্য শীঘ্ৰেই মুকলি হয়। তেওঁৰ সমাজত মান সন্মান বৃদ্ধি  হয়।

৭.যদি সপোনত সাপে  ৰাস্তা পাৰ হৈ যোৱা দেখা যায় তেন্তে সেই ব্যক্তিজনৰ সন্মুখত শত্ৰুৱে সেও মানে। 

৮. সপোনত সাপক  পূজা কৰা দেখা পালে ৰৈ থকা গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পূৰ্ণ হৈ উঠে। ঘৰত সুখ শান্তিৰ বাতাবৰণ সৃষ্টি হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?