--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৪ ছেপ্টেম্বৰ, সোমবাৰ৷ আজিৰ দিনটো আপোনাৰ কেনে যাব? জানো আহক আজিৰ দিনটোৰ ৰাশিফল।

মেষ – প্ৰেমত শুভ৷ বিদ্যাত মন দিব৷ ছাত্ৰ-ছাত্ৰীৰ বাবে শুভ৷ দাম্পত্যসুখ লাভ কৰিব৷ ঘৰলৈ আলহী আগমনৰ সম্ভাৱনা৷

বৃষ – নেতিবাচক কথাৰ পৰা দূৰত থাকিব৷ হাতলৈ ধন আহিব৷ মিতব্যয়ী হ’ব৷ বিদ্যাত মধ্যম৷ স্বাস্থ্যৰ যত্ন ল’ব৷

মিথুন – ব্যৱসায়ীয়ে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত সহযোগিতা পাব৷ স্বাস্থ্য অনুকূল৷ প্ৰেমত বাধা৷ 

কৰ্কট – খৰচ বাঢ়িব৷ পৰিয়ালক সময় দিয়ক৷ দূৰণিবটীয়া যাত্ৰা নকৰিব৷ স্বাস্থ্যত জটিলতা৷

সিংহ – সংস্থাপন সম্পৰ্কীয় নতুন খবৰ পাব৷ বন্ধু লাভ৷ ভ্ৰমণৰ সুযোগ৷ প্ৰেমত শুভ৷ 

কন্যা – বন্ধুৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা৷ পুৰণি অসুখে আমনি কৰিব৷ ইতিবাচক চিন্তা মনলৈ আনক৷

তুলা – স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক৷ প্ৰেমত জটিলতা আঁতৰিব৷ হতাশা আঁতৰিব৷ সামাজিক সন্মান লাভ৷

বৃশ্চিক – ব্যৱসায়ত উন্নতি৷ ঘৰুৱা কথাই মন বেয়া কৰিব৷ পৰিয়ালক সময় দিয়ক৷ প্ৰেমত শুভ৷

ধনু – দাম্পত্যসুখ৷ অধ্যয়নত উন্নতি৷ আনুষ্ঠানিক কৰ্মত সুনাম লাভ কৰিব৷ প্ৰেম-প্ৰীতি লাভ৷

মকৰ —  মন ফৰকাল, কৰ্মত উৎসাহ-উদ্দীপনা৷ সৃজনীমূলক কামত সুফল পাব৷

কুম্ভ — অবাঞ্ছিত খৰচ৷ পৰিয়ালৰ সদস্যৰ স্বাস্থ্যত জটিলতা৷ কিছু ৰহস্যময় কথাৰ পম খেদি নোযোৱাই ভাল৷ ধৰ্মীয় কৰ্মত মনোযোগ৷

মীন — আধ্যাত্মিক চিন্তা-চৰ্চা কৰি ভাল পাব৷ সৎ বন্ধু লাভ৷ চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা৷ কবি-সাহিত্যিকৰ সুনাম৷ প্ৰেমত মংগল৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ