--°C
Loading...
Listen to Article
2 min read
80%
২ আগষ্ট ২০২৩, বুধবাৰ

মেষ ৰাশি – আজিৰ দিনটো খুব আশাপ্রদ দেখা নাযায়। কর্মক্ষেত্ৰত আশা কৰা মতে ফল পাব। প্রাপ্যদি থাকিলে চেষ্টা কৰাটো উচিত হ’ব। নতুন কামৰ চেষ্টাত দূৰ যাত্রা। শুভ ৰং মাটিয়া, শুভ সংখ্যা-৫।

বৃষৰাশি – ঘৰুৱা পৰিৱেশ বৰ এটা প্রতিকূল নহ’ব। শাৰীৰিক সমস্যা থাকিব। পঢ়া-শুনাত থকা সকলে বিশেষ যত্ন কৰক। ব্যৱসায়ত বাধা নাই। প্ৰেমত বেয়া দেখা নাযায়। শুভ ৰং বগা, শুভ সংখ্যা-২।

মিথুনৰাশি – নিজ কামত কৃতকার্যতাৰ কাৰক। নিজৰ প্রতি নিষ্ঠা বাঢ়িব। দাম্পত্যন্ত নিৰাশ হোৱাৰৰ যোগ। বিদ্যাত মনোযোগ দিব। ব্যৱসায়ত অর্থ বিনিয়োগ কৰোতে সাৱধান।
শুভ ৰং গেৰুৱা, শুভ সংখ্যা-১।

কৰ্কটৰাশি – কর্মক্ষেত্রত যোগ্যতা বজাই ৰখাৰ চেষ্টা কৰক। কাৰোবাৰ বাবে মনত দুখ পাব পাৰে। ভাই-ভনীৰ বিয়াৰ কথাত সুখী হ’ব। ভ্রমণ পাৰিলে স্থগিত ৰাখক। শুভ ৰং গেৰুৱা, শুভ সংখ্যা-২।

সিংহ ৰাশি – আয় বৃদ্ধি লগতে সঞ্চয়ৰ ক্ষেত্ৰতো উন্নতি হোৱা দেখা যায়। কোনো লোকৰ কর্মজীৱনৰ আৰম্ভ আৰু কোনো লোকৰ পাৰিবাৰিক স্বচ্ছলতা আৰু সামাজিক কামত খ্যাতি লাভ। শুভ ৰং বগা, শুভ সংখ্যা-৮ ।

কন্যা ৰাশি- আর্থিক অনুকূল নহয় যদিও ভয়ৰো কাৰণ নাই। নতুন সম্পত্তি ক্রয় কৰিব পাৰে, ভৱিষ্যতে বহু কামত দিব। বিদ্যাত বাধা নাই। কৰ্মক্ষেত্ৰত শুভ ফল পাব। শুভ ৰং কমলা, শুভ সংখ্যা-৩।

তুলাৰাশি – আর্থিকত আয়তকৈ ব্যয় বেছি হ’ব। আকস্মিকভাৱে ধন প্রাপ্তিৰ চেষ্টাত কোনোৱে সফল হ’ব। ব্যৱসায়ীসকলৰ মন অস্থিৰ থাকিব দিনটো। শুভ ৰং ৰঙা, শুভ সংখ্যা-৬।

বৃশ্চিক ৰাশি –  শৰীৰ খুব ভাল বুলিব নোৱাৰি। তথাপি মজলীয়াভাৱে দিনটো পাৰ হ’ব। যাত্ৰাৰ সম্ভাৱনা। সৰু-সুৰা আঘাতৰ বাবে সতর্ক হওক। প্রেমত উৎসাহ। শুভ ৰং কমলা, শুভ সংখ্যা-৮।

ধনু ৰাশি –  ব্যৱসায়ীসকল সতর্ক থাকক। কর্মক্ষেত্ৰত বাধাৰ মাজেদি সফলতা পাব। শৰীৰৰ প্ৰতি নজৰ দিব, কিছু সমস্যা দেখা যায়। ঘৰুৱা মতান্তৰ। যোগ্যজন পুৰস্কৃত হোৱাৰ যোগ। শুভ ৰং বগা, শুভ সংখ্যা-৩ ।

মকৰ ৰাশি-  সাহসিকতাৰে কৰ্মত আগুৱাই যোৱাৰ চেষ্টা কৰক। কর্মক্ষেত্ৰত যোগ্যতা ৰখাৰ চেষ্টা কৰক। খেলিমেলিৰে দিনটো পাৰ হ’ব পাৰে। বিদ্যাত শুভ। উদ্বেগ আদিৰ কিছু সমাধানৰ আশা। শুভ ৰং ক’লা, সংখ্যা-৬।

কুম্ভৰাশি – আর্থিক কষ্ট দেখা যায়। প্রাপ্য ধনাদিৰ বাবে চেষ্টা থকাটো উচিত আজি নহলেও দুদিনমানলৈ অপেক্ষা কৰক। শৰীৰ ভালে ৰাখক। ভ্রমণত আহুকাল। শুভ ৰং ৰঙা, শুভ সংখ্যা-৪।

মীন ৰাশি – বিদ্যাত মধ্যম। দিনটোত আপোনাৰ মনৰ অৱস্থা ভাল নাথাকিবও পাৰে। পত্নীৰ মতামতক প্রাধান্য দিলে লাভৱান হ’ব। স্বাস্থ্যই কিছু চিন্তাত ৰাখিব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা-৯।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?