--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব অযোধ্যাবাসী৷ ৫৫০ বছৰীয়া অপেক্ষাৰ অন্তত আজি প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰাম মন্দিৰৰ৷ 

দুপৰীয়া ১২.২০ বজাত প্ৰাণ প্ৰতিষ্ঠাৰ লগ্ন৷ প্ৰাণ প্ৰতিষ্ঠাৰ মূল আহুতি দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে ভাষণ ৰাখিব৷ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে দেশে–বিদেশে ব্যাপক আয়োজন চলা পৰিলক্ষিত হৈছে৷

দেশৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে মাংগলিক অনুষ্ঠান৷ অসমৰ ধৰ্মীয় অনুষ্ঠানতো আজিৰ দিনটোত থাকিব বিশেষ কাৰ্যসূচী৷ অযোধ্যাৰ জলে–স্থল, আকাশমাৰ্গত এতিয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা৷ বিৰল মুহূৰ্তৰ সাক্ষী হ’বলৈ এতিয়া সাজু দেশবাসী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাৰতীয় শিক্ষার্থী দলৰ চমক
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement