--°C
Loading...
Listen to Article
2 min read
80%
২৮ আগষ্ট ২০২২, দেওবাৰ

মেষ ৰাশি : এই ৰাশিৰ জাতক– জাতিকাসকলৰ আজি দিনটোত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য বুদ্ধি ভ্ৰষ্ট হ’ব পাৰে লগতে মনৰ উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়। 

বৃষ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব। উত্তম ভোজন লাভ কৰাৰ যোগ দেখা যায়। আলহী আহিব।

মিথুন ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনৰ ভয়/উদ্বিগ্নতাৰ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু বাঢ়িব। সন্মান বাঢ়িব যদিও আজি সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ আছে। 

সিংহ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব। সম্পত্তি বঢ়াৰো সম্ভাৱনা আছে। প্ৰেমত শুভ।

কন্যা ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন-সন্মান লাভ হ’ব। কৰ্মত পৰিশ্ৰম বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মিছা অপবাদ পোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায়-সহযোগিতা লাভ কৰিব লগতে আৰ্থিক দিশত শুভ। 

বৃশ্চিক ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আপোনজনৰ আগমন ঘটিব। মনৰ আশা পূৰণ হ’ব যদিও আজি আপুনি কৰ্মক্ষত্ৰত সজাগ হোৱাটো ভাল। 

ধনু ৰাশি: জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ হ’ব। প্ৰেমত শুভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ যোগ আছে। 

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰু নাশ হ’ব। স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব। দিনটো শুভ।

কুম্ভ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ’ব। বিদ্যাৰ্থীসকলৰ শুভ হ’ব, লগতে কৰ্মব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 

মীন ৰাশি : মীন  ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব। প্ৰেম আৰু কৰ্মত শুভ হ’ব। স্বাস্থ্য ভালে যাব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক