--°C
Loading...
Listen to Article
2 min read
80%
১৯ অক্টোবৰ ২০২৩, বৃহস্পতিবাৰ

১. মেষ ৰাশি – মেষ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব। বিদ্যাৰ্থী সকলৰ শুভ হ'ব। লগতে কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি – বৃষ ৰাশি জাতক-জাতিকাসকলে আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব। দ্ৰব্য লাভ হ'ব। সজাগ নহ'লে কৰ্মত সামান্য জটিলতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়

৩. মিথুন ৰাশি – মিথুন ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব। কোনো বিষয়ত জ্ঞান লাভ হ'ব। আজি নিসংগ অনুভৱ হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি – কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বৃদ্ধি হ'ব। উত্তম খাদ্য গ্ৰহণৰ সুযোগ লাভ কৰিব, লগতে কৰ্মত যশস্যা লাভ হোৱাৰ যোগ দেখা যায়।

৫. কন্যা ৰাশি – কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব। গৃহত উন্নতি হোৱাৰ যোগ দেখা যায়। আলহী আহিব।

৬. সিংহ ৰাশি – এই জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হ'ব। প্ৰিয় ব্যক্তিৰ আগমন হ'ব পাৰে। সজাগ নহ'লে কোনো বিপদত পৰাৰ সম্ভাৱনা।

৭. তুলা ৰাশি – তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন আগমন হ'ব। সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে। কোনো সামগ্ৰীৰ সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি – বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম স্পৃহা বাঢ়িব। কৰ্ম ব্যস্ততা বাঢ়িব। আজি কৰ্মত সজাগ নহ'লে আনৰ নিন্দাৰ পাত্ৰ হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি – ধনু ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ কৰিব। শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। বাহিৰা বস্তু নাখাব।

১০. মকৰ ৰাশি – মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন বৃদ্ধি হ'ব। মনত শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।  প্ৰেমত মধুৰতা বৃদ্ধি।

১১. কুম্ভ ৰাশি – কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব। মনত সাহস বাঢ়িব, লগতে কৰ্ম মৰ্যাদা লাভ হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি– মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান লাভ হ'ব। ভ্ৰমণৰ সুযোগ লাভ হ'ব। শৰীৰ সুস্থ থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ