--°C
Loading...
Listen to Article
2 min read
80%


১৩ জুলাই ২০২৩, বৃহস্পতিবাৰ

মেষ : ব্যক্তিগত জীৱন আৰু কৰ্মক্ষেত্ৰত গতি আহিব, যিয়ে আগন্তুক দিনত সফলতা আনিব। শত্ৰুসকল অসহায় হৈ পৰিব। কৰ্মক্ষেত্ৰত চাপ বৃদ্ধি পাব, বিতৰ্কৰ পৰা দূৰত থকাটো ভাল।

বৃষ : নিজৰ মনৰ কথা শুনিব লাগিব। নিজৰ লক্ষ্যৰ তালিকা প্ৰস্তুত কৰি অগ্ৰাধিকাৰৰ ভিত্তিত আগুৱাই যাব লাগিব।পৰিয়ালত শান্তি বৰ্তি থাকিব, পেছা আৰু ব্যক্তিগত সময় ভালদৰে পাৰ হ’ব।

মিথুন : আলস্য ভাৱ আঁতৰাই নিজৰ স্বাভাৱিক সৃজনশীলতাৰ চৰ্চা কৰিব লাগিব। চাৰিওফালৰ বিক্ষিপ্ত ঘটনা উপেক্ষা কৰি ব্যক্তিগত জীৱন আৰু স্বাস্থ্যৰ প্ৰতি নজৰ দিব লাগিব। আত্মবিশ্বাস তুংগত থাকিব, সহকৰ্মীসকলৰ সহায় লাভ কৰিব কৰ্মক্ষেত্ৰত।

কৰ্কট : অভিজ্ঞতাৰ পৰা শিক্ষা লৈ কাম কৰিব লাগিব। অসহায় মানুহৰ ওচৰত থিয় দিয়া প্ৰয়োজন।কৰ্মক্ষেত্ৰত সৃজনশীলতাই সুনাম কঢ়িয়াই আনিব, কিন্তু সন্তানক লৈ দুঃশ্চিন্তা থাকিব। 

সিংহ : মানসিক উদ্বেগ বাঢ়িব পাৰে। কিন্তু কাম শেষ নকৰা পৰ্যন্ত এৰি দিলে নহ’ব। পেছাগত ক্ষেত্ৰত পৰিশ্ৰমৰ সুফল পাব, সংগীৰ প্ৰতি শ্ৰদ্ধাশীল হ’ব লাগিব।

কন্যা : পৰিয়ালৰ ফালৰ পৰা কোনো ধৰণর বাধা আহিব পাৰে। ইয়াৰ মাৰাত্মক প্ৰভাৱ পৰিব পাৰে। ফলত উপেক্ষা কৰাই ভাল। আৰ্থিক দিশত পৰিস্থিতি আৰু অধিক বেয়া হ’ব পাৰে। বুদ্ধি খটুৱাই সিদ্ধান্ত লওক!

তুলা : আত্মবিশ্বাস অটুট থাকিব। কিন্তু বিশ্বস্ত কাৰোবাৰ ওচৰত নিজৰ সকলো কথা কোৱাৰ পূৰ্বে এবাৰ সকলো দিশ বিবেচনা কৰি চোৱা উচিত। কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে, প্ৰণয়ৰ সম্পৰ্ক আৰু অধিক গাঢ় হ’ব।

বৃশ্চিক : মুখাধাৰী কোনো ব্যক্তিৰ সৈতে পৰিচয় হ’ব পাৰে। সতৰ্ক থাকিব লাগিব। পদক্ষেপ লোৱাৰ পূৰ্বে ভালকৈ ভাবিব লাগিব।  কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব, নিজৰ আৰু সন্তানৰ স্বাস্থ্যৰ দিশে মন দিয়ক।

ধনু : কোনো সমস্যাক একাধিক দিশৰ পৰা পৰ্যবেক্ষণ কৰিব লাগিব। সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত সংগীৰ সমৰ্থন লাভ কৰিব, কৰ্মক্ষেত্ৰত যশ বৃদ্ধি হ’ব।

মকৰ : যিকোনো পৰিস্থিতিৰ দ্ৰুত মোকাবিলা কৰা সম্ভৱ হ’ব। মানসিক চাপ কমাবলৈ শৰীৰ চৰ্চা কৰিব পাৰে। পৰিয়ালত অশান্তি হ’ব, কৰ্মক্ষেত্ৰতো সহকৰ্মীৰ সৈতে বাদানুবাদৰ সম্ভাৱনা আছে।

কুম্ভ : সিদ্ধান্ত লোৱা কঠিন বুলি ধাৰণা হ’ব। আবেগ দূৰত থৈ সিদ্ধান্ত ল’ব লাগিব। সেয়ে বৰ্তমান সেয়া স্থগিত ৰখাই ভাল। পাৰিবাৰিক সময় ভালদৰে পাৰ হ’ব, কৰ্মক্ষেত্ৰত চাপ পাতল হোৱাৰ সম্ভাৱনা আছে।

মীন : জীৱনত সন্তুষ্টি বৰ্তি থাকিব, লগতে কৰ্মোদ্যমো। অতিৰিক্ত খোৱা–লোৱা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। প্ৰথমো নিজৰ স্বাস্থ্যৰ যত্ন লওক, নহ’লে কোনো কাম ঠিকমতে নহ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক