--°C
Loading...
Listen to Article
2 min read
80%
২৪ অক্টোবৰ, সোমবাৰ, ২০২২

মেষ ৰাশি: আজিৰ দিনটো মধ্যমীয়া । স্বাস্থ্যও ভালে থাকিব ৷ ব্যয় বৃদ্ধি ৷ ধন সঞ্চয় কৰক অন্যথা ভৱিষ্যতে বিপদত পৰিব পাৰে ৷ দম্পত্তিয়ে বিবাদ এৰাই চলক ৷

বৃষ ৰাশি: দিনটো শুভ ৷ স্বাস্থ্যও ভালে থাকিব ৷ আৰ্থিক ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত ল’ব ৷ যি আপোনাৰ বাবে অত্যন্ত ফলদায়ক হ’ব । ঘৰত আৰু কৰ্মক্ষেত্ৰত আলোচনা সন্তোষজনক হ’ব ।

মিথুন ৰাশি: আজি শাৰীৰিক আৰু মানসিকভাৱে আপোনাৰ অৱস্থা বৰ ভাল নহয় । চকুৰ সমস্যাই কষ্ট দিব পাৰে ৷ ভুল বুজাবুজিৰ সম্ভাৱনা । অপ্ৰত্যাশিত ঘটনাৰ বাবে সাজু থাকক ।

কৰ্কট ৰাশি: দিনটো মধ্যমীয়া ৷ ব্যৱসায়-বাণিজ্যত আপুনি সফলতা লাভ কৰিব ৷ পৰিয়ালৰ লোক বা বন্ধুৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে । ধন লেন-দেনৰ বাবে আজিৰ দিনটো শুভ ৷

সিংহ ৰাশি: দিনটো শুভ ৷ আজি আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ থাকিব ৷ সকলো ক্ষেত্ৰতে সফলতা অৰ্জন ৷ আইনী কাৰ্যৰ বাবে দিনটো শুভ ৷ সন্মান বৃদ্ধি যোগ দেখা যায় আজিৰ দিনটোত।

কন্যা ৰাশি: দিনটো শুভ ৷ সৌভাগ্যৰ আগমন ৷ ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে উত্তম দিন ৷ বন্ধুৰ পৰা উপকৃত হ’ব ৷ সু-সংবাদ পাব পাৰে ৷ আৰ্থিক দিশত শুভ ৷ স্বাস্থ্যৰ প্ৰতি সামান্য নজৰ দিব, যি কোনো খাদ্য নাখাব।

তুলা ৰাশি: কৰ্মক্ষেত্ৰ আৰু আন বিভিন্ন ক্ষেত্ৰৰপৰা প্ৰশংসা লাভ কৰিব ৷ প্ৰিয়জনৰ সৈতে সাক্ষাতৰ ফলত আনন্দ লাভ কৰিব ৷ কথাবতৰা আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰক৷

বৃশ্চিক ৰাশি: ব্যস্ততা বৃদ্ধি ৷ কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে ৷ জ্ঞানলাভ হ’ব আৰু ভাৱধাৰাৰ আদান প্ৰদানো হ’ব পাৰে ৷ দাম্পত্য জীৱনত সুখ লাভ কৰিব ৷

ধনু ৰাশি: দিনটো মধ্যমীয়া। কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ মধ্যাহ্নভোজনৰ পিছত মানসিক আৰু শাৰীৰিকভাৱে কিছু সকাহ পাব পাৰে ৷ আৰ্থিক লাভৰ যোগ আছে ৷

মকৰ ৰাশি: অত্যধিক অনুভূতিশীল আৰু আৱেগিক হৈ নপৰিব ৷ সম্পত্তি আৰু মাটিবাৰী সম্বন্ধীয় বিষয় এৰাই চলক ৷ সন্তানক লৈ দুশ্চিন্তাত ভুগিব ৷ সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ৷

কুম্ভ ৰাশি: নতুন কাম হাতত ল’ব পাৰে ৷ গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত খৰধৰকৈ কোনো সিদ্ধান্ত নল’ব ৷ সম্পত্তি সম্বন্ধীয় বিষয় এৰাই চলক ৷ আধ্যাত্মিকতাই উদ্বেগ হ্ৰাস কৰিব ৷

মীন ৰাশি: অত্যাধিক আৰ্থিক ব্যয়ে বিৰক্ত কৰিব পাৰে ৷ কথা কওঁতে সচেতন হওক ৷ অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে ৷ কৰ্মস্থলীত সহকৰ্মীৰ পৰা কঠোৰ প্ৰতিদ্বন্দীতাৰ সন্মূখীন হ’ব ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু