--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি কালী পূজা। কালী পূজা হিন্দু দেৱী কালীৰ প্ৰতি উৎসৰ্গিত ভাৰতত উদযাপিত হোৱা উৎসৱ। কাতি মাহৰ অমাৱস্যা তিথিত এই পূজা পালন কৰা হয়। কালী পূজাৰ দিনা লক্ষ্মী পূজা আৰু দেৱালীও অনুষ্ঠিত হয়। বৰ্তমান তিনিওটা উৎসৱ প্ৰায় একেলগে উদযাপন হোৱা দেখা যায়। মা কালীয়ে অতি সোনকালে ভক্তসকলৰ ইচ্ছা পূৰণ কৰে বুলি বিশ্বাস কৰা হয়। ১০টা মহাবিদ্যাৰ ভিতৰত সাধকসকলে মহাকালীৰ সাধনাক আটাইতকৈ শক্তিশালী আৰু ফলপ্ৰসূ বুলি গণ্য কৰে। সেয়ে ই যিকোনো কামৰ তৎক্ষণাত ফল দিয়ে। মা কালীক শুদ্ধ মনেৰে পূজা কৰিলে কি কি ফল পোৱা যায় জানো আহক।

১) যদি কোনো ৰোগ বহুদিন ধৰি চলি আছে, তেন্তে মাতৃৰ কৃপাত আপুনি তাৰ পৰা মুক্তি পাব।

২) কালীৰ পূজা কৰিলে দুৰাৰোগ্য ৰোগবোৰো নিৰ্মূল হয় বুলি বিশ্বাস কৰা হয়।

৩) কালীৰ উপাসকৰ ওপৰত ক’লা যাদুৰ কোনো প্ৰভাৱ নপৰে।

৪) মা কালীয়ে নিজৰ ভক্তক সকলো প্ৰকাৰৰ অশুভ শক্তিৰ পৰা ৰক্ষা কৰে।

৫) যদি আপুনি ধৰুৱা, তেন্তে নিয়মিতভাৱে মা কালীক পূজা কৰক, ই নিশ্চয়কৈ লাভজনক হ’ব।

৬) ব্যৱসায় আদিত হোৱা সমস্যাবোৰ দূৰ কৰে।

৭) সম্পৰ্কত চলি থকা সমস্যা আঁতৰাই পেলায়।

৮) যদি প্ৰতিদিনে কিবা নতুন বিপদৰ সৃষ্টি হয়, তেন্তে কালিৰ আশীৰ্বাদেৰে এনে সমস্যা দূৰ হয়।

৯) দুৰ্ঘটনা আদিৰ পৰাও কালীক ভগৱানে ৰক্ষা কৰে।

১০) যদি পিতৃ দোষ আৰু কাল সৰ্প দোষ থাকে, তেন্তে কালীক পূজা কৰিলে সেই দোষ আঁতৰি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ