--°C
Loading...
Listen to Article
2 min read
80%
 ০৭ ফেব্ৰুৱাৰী ২০২৪, বুধবাৰ

মেষ- এলেহুৱা স্বভাৱৰ বাবে ক্ষতি হ'ব। আপুনি আত্মীয় মানুহক লগ পাব। খৰচৰ মাত্ৰা কমিব। সামাজিক কামত সন্মান লাভ কৰিব। 

বৃষ- শুভ দিন। আপোনাৰ ব্যৱহাৰে আনক আকৃষ্ট কৰিব। আত্মবিশ্বাস বৰ্তি থাকিব। আলহী আহিব। বিবাহৰ প্ৰাৰ্থীসকলৰ বাবে ভাল খবৰ আহিব পাৰে। 

মিথুন- বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰক। আপোনাৰ স্বাস্থ্য আৰু অধিক ভাল হ’ব আগতকৈ। ব্যৱসায়ত ধন বিনিয়োগ কৰিলে লাভৰ সন্মুখীন হ’ব। 

কৰ্কট- সুনাম বৃদ্ধি। আপোনাৰ ব্যক্তিগত ভাৱনা বা কোনো গোপনীয় কথা আজি কাকো নক’ব। বেয়া অভ্যাস এৰাই চলিব। প্ৰেমত শুভ। 

সিংহ- ভালেৰে যাব দিনটো। অসহায় মানুহক সহায় কৰক। মনত শান্তি লাভ কৰিব। হাতলৈ হঠাতে ধনৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীৰ বাবে চিন্তা বাঢ়িব। 

কন্যা-ৰোগ হ'ব পাৰে। আপোনাৰ কামক গুৰুত্ব সহকাৰে লওক । আপোনাৰ কামৰ অধিকাৰ আন কোনোবাই ল’ব পাৰে। আলহী আহিব। মন্দিৰলৈ যাওক। 

তুলা- সন্তানৰ শুভ। ওচৰ-চুবুৰীয়াৰ সৈতে সাৱধানে থাকিব। কন্দল হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালক সময় দিলে দিনটো ভালদৰে পাৰ হ’ব। 

বৃশ্চিক- দিনটোত কাকো খং নকৰিব। খং উঠি থাকিলে হঠাতে কাকো একো নক’ব। বিশেষ কিছুমান কামত লাভৰ ইংগিত আছে। প্ৰেমত সাৱধান হ’ব। 

ধনু- আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ’ব ।পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পুৰণি বন্ধুক লগ পাব পাৰে। 
 
মকৰ- দিনটো সুখেৰে ভৰা হ’ব। ভাবি থকা বহু দিনৰ মনৰ বাঞ্চা পূৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সচেতন হৈ থাকিব। 

কুম্ভ- সকলো কথাতে ভাবি-চিন্তিহে মন্তব্য কৰিব। প্ৰশংসা শুনিব। শত্ৰুবোৰক চিনি পোৱাৰ দিন। সকলো কামত পৰিয়ালৰ সমৰ্থন পাব। 

মীন- পৰিয়ালত শান্তি। কোনো লোকক আৰ্থিক সহায় কৰক। আপোনাৰ আৰ্থিক অৱস্থা সুস্থিৰ হ'ব। পৰিয়ালৰ সদস্যৰ মাজত পইচাকলৈ কাজিয়া হ’ব পাৰে । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ