--°C
Loading...
Listen to Article
2 min read
80%

 

০১/০১/২৫, বুধবাৰ


মেষ ৰাশি : বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰক ৷ লিখক আৰু শিল্পীসকলৰ বাবে ফলপ্ৰসূ হ’ব । ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্ক সুখদায়ক হ’ব । মধ্যাহ্নৰ পিচত, মানসিক অস্থিৰতা আৰু উত্‍সাহৰ অভাৱ দেখা পাব পাৰে । বন্ধু-বৰ্গৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । বিত্ত বিষয়ক সুচাৰুৰূপে পৰিকল্পনা কৰক ৷ পৰিয়ালৰ লগত আনন্দময় সময় কটাওক ৷


বৃষ ৰাশি : সকলো মহত্বপূৰ্ণ কামত ভাগ লওক ৷ আৰ্থিক দিশত লাভ হোৱাৰ সম্ভাৱনা আছে । মানসিক আৰু শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিব ৷ পৰিয়ালৰ সৈতে সময় কটাওক । আপোনাৰ অসংযত ব্যৱহাৰৰ বাবে অন্য লোক বিৰক্ত হ’ব পাৰে । সম্ভৱপৰ হ’লে সকলো গুৰুত্বপূৰ্ণ কাম দুপৰীয়াৰ আগতেই সমাপ্ত কৰক ৷


মিথুন ৰাশি : সাৱধানেৰে চলক। ঘৰত বিবাদ হ’ব পাৰে । মানসিক আৰু শাৰীৰিকভাৱে অস্থিৰতা অনুভৱ কৰিব পাৰে ৷ দুপৰীয়াৰ পিচত আপুনি উত্‍সাহিত অনুভৱ কৰিব । ঘৰুৱা পৰিৱেশ শান্ত হ’ব ৷ মনোবল বৃদ্ধি পাব । বিনোদনৰ ক্ষেত্ৰত ব্যয় হ’ব পাৰে ।


কৰ্কট ৰাশি : ব্যৱসায়ত লাভান্বিত হ’ব । ভ্ৰমণৰ পৰিকল্পনা কৰাৰ সম্ভাৱনা আছে। দুপৰীয়াৰ পিচত মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে ৷ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা আছে । চকুৰ সমস্যা হ’ব পাৰে । দুৰ্ঘটনা আৰু অঘটন হোৱাৰ পৰা সতৰ্ক থাকক।



সিংহ ৰাশি : নতুন কাম আৰম্ভ কৰিবৰ বাবে এটা শুভ দিন। সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ’ব । বন্ধু আৰু সম্পৰ্কীয় লোকৰ পৰা উপহাৰ পোৱাৰ সম্ভাৱনা আছে । বেতন বৃদ্ধি হ’ব পাৰে । পৰিয়ালৰ লগত সময় পাৰ কৰক ৷


কন্যা ৰাশি : আপোনাৰ কামৰ পৰা অন্যলোক উপকৃত হ’ব পাৰে। দীঘলীয়া ভ্ৰমণৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ পৰ্য্যাপ্ত যত্ন লওক। কৰ্মক্ষেত্ৰত শুভ ৷ চাকৰি কৰা সকলৰ পদোন্নতিৰ সম্ভাৱনা আছে।



তুলা ৰাশি : অত্যাধিক কামৰ চাপ আৰু শাৰীৰিক জড়তাৰ বাবে মানসিক উদ্বিগ্নতা হব পাৰে । অস্বাস্থ্যকৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক। ভ্ৰমণত বাধাৰ সন্মুখীন হ’ব পাৰে। বিদেশ ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে । ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে।



বৃশ্চিক ৰাশি : পুৱা উঠি সতেজ আৰু সুস্থ অনুভৱ কৰিব । বন্ধু আৰু সম্পৰ্কীয়ৰ লগত সুস্বাদ্যু আহাৰ গ্ৰহণ কৰক । দুপৰীয়াৰ পিচত হঠাতে মানসিক আৰু শাৰীৰিক অস্থিৰতা অনুভৱ কৰিব ৷ খাদ্যৰ যত্ন লওক । ভ্ৰমণত বাধাৰ সন্মুখীন হ’ব পাৰে ।



ধনু ৰাশি : দিনটো শান্তিৰে পাৰ হ’ব । আপুনি আৰম্ভ কৰা সকলো কাম সম্পূৰ্ণ হ’ব । আকস্মিকভাৱে আৰ্থিক লাভ হ’ব পাৰে । পাৰিবাৰিক জীৱন আনন্দময় হ’ব । ব্যৱসায়ীসকলৰ বাবে শুভ । সৰু ভ্ৰমণৰ যোগ আছে । বিদেশত থকা আত্মীয়ৰ পৰা ভাল খবৰ আহিব পাৰে ।


মকৰ ৰাশি : আশা অনুসৰি কামৰ ফল নাপাব । স্বাস্থ্য ভালে থাকিব। বাহিৰত খোৱাৰ পৰা বিৰত থাকক । দুপৰীয়াৰ পিচত অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ হ’ব । অসুস্থ হৈ থকা সকলৰ স্বাস্থ্য উন্নত হ’ব । আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ কৰ্মক্ষেত্ৰত শুভ ৷


কুম্ভ ৰাশি : শিক্ষাৰ্থী, শিল্পী আৰু খেলুৱৈৰ বাবে দিনটো শুভ । চৰকাৰ আৰু পিতৃপক্ষৰ পৰা উপকৃত হোৱাৰ সম্ভাৱনা আছে । মানসিকৰূপে সুস্থিৰ হৈ থাকিব ৷ বাহিৰত খোৱাৰ পৰা বিৰত থাকক ৷ পেটৰ অসুখৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীৰ বাবে দিন শুভ ৷ আৰ্থিক দিশত ভাল ৷



মীন ৰাশি : কাল্পনিক জগতত বাস কৰাৰ সম্ভাৱনা আছে । সৃজনমূলক ক্ষমতাত লিপ্ত হওক ৷ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত সুস্বাদ্যু আহাৰ গ্ৰহণৰ যোগ আছে ৷ মনোযোগ আৰু আত্ম-বিশ্বাসেৰে দৈনিক কামসমূহ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব । শিক্ষাৰ্থীৰ বাবে এটা ভাল দিন । শিশুসকলৰ বাবে লাভদায়ক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ