--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পিতৃ বিনয় শৰ্মাৰ অভিযোগ অনুসৰি, স্বামী আৰু দুই সন্তানক এৰি ইছলাম ধৰ্ম গ্ৰহণ কৰি দ্বিতীয় বিবাহপাশত আবদ্ধ হৈছে বৈশালী।

ডিজিটেল ডেস্ক: কন্যাৰ ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহক কেন্দ্ৰ কৰি শিলচৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। শিলচৰৰ পঞ্চানন শিৱবাড়ীত পুৰোহিতৰ উপস্থিতিত ধৰ্মীয় ৰীতি-নীতি অনুসৰি জীৱিত কন্যা বৈশালী শৰ্মাৰ প্ৰতীকী শ্ৰাদ্ধানুষ্ঠান সম্পন্ন কৰিলে পিতৃ বিনয় শৰ্মাই। 


আনকি কন্যাৰ ফটোত বগা মালা পিন্ধাই পিণ্ডদানো কৰে তেওঁ।


পিতৃ বিনয় শৰ্মাৰ অভিযোগ অনুসৰি, স্বামী আৰু দুই সন্তানক এৰি ইছলাম ধৰ্ম গ্ৰহণ কৰি দ্বিতীয় বিবাহপাশত আবদ্ধ হৈছে বৈশালী। কন্যাৰ এনে সিদ্ধান্তত গভীৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি প্ৰকাশ কৰে পিতৃয়ে।


এই ঘটনাক কেন্দ্ৰ কৰি শিলচৰত ব্যাপক চৰ্চা আৰম্ভ হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন