--°C
Loading...
Listen to Article
2 min read
80%
৪ জুন ২০২৩ দেওবাৰ

মেষ ৰাশি- পাৰিবাৰিক জীৱনত সুখী হ’ব। ব্যৱসায় ভাল। আয় বৃদ্ধি হ’ব। পৰিয়ালৰ স্বাস্থ্যৰ যত্ন লওক। পত্নীৰ লগত সম্পৰ্ক উন্নত। 

বৃষ ৰাশি- ব্যৱসায়ৰ সম্প্ৰসাৰণ হ’ব। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। অতিমাত্ৰা খং আৰু আবেগ পৰিহাৰ কৰক। ঘৰলৈ বন্ধুৰ আগমন। 

মিথুন ৰাশি- বৈবাহিক সুখ বাঢ়িব। সন্তানৰ পৰা ভাল খবৰ পাব পাৰে। আজি কঠোৰ পৰিশ্ৰম হ’ব। অপৰিকল্পিত খৰচ বৃদ্ধি পাব। 

কৰ্কট ৰাশি- নিজৰ স্বাস্থ্যৰ যত্ন লওক। পুৰণি বন্ধুৰ লগত পুনৰ যোগাযোগ হ’ব পাৰে। ধন হ্ৰাস হ’ব পাৰে। বহুদিন ধৰি আবদ্ধ হৈ থকা কামবোৰ সম্পূৰ্ণ হ’ব৷

সিংহ ৰাশি- খৰচ বাঢ়িব। যিকোনো কামত বন্ধুৰ সমৰ্থন পাব। কাৰোবাক হঠাতে দেখি মনটো বিচলিত হ’ব পাৰে। যিকোনো সম্পত্তিত বিনিয়োগ কৰিব পাৰে।

কন্যা ৰাশি- কথা-বতৰাত ভাৰসাম্য ৰক্ষা কৰক। অতিমাত্ৰা খং আৰু আবেগ পৰিহাৰ কৰক। স্বাস্থ্য সম্পৰ্কীয় সমস্যাই আমনি কৰিব পাৰে। সন্ধিয়া কোনো মন্দিৰ দৰ্শন কৰিলে ভাল ফল পাব।

তুলা ৰাশি- সকলো কামতে জীৱন সংগীৰ সমৰ্থন পাব। পাৰিবাৰিক জীৱন সুখী হ’ব। কৰ্মক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। বাহিৰা খাদ্যৰ প্ৰতি আগ্ৰহ বাঢ়িব, লোভ নিয়ন্ত্ৰণ কৰক।

বৃশ্চিক ৰাশি- পত্নীৰ স্বাস্থ্যৰ বাবে চিন্তিত হ’ব পাৰে। আত্মবিশ্বাসৰ অভাৱ হ’ব। খৰচ বেছি হ’ব। ঘৰলৈ আলহী অহাৰ সম্ভাৱনা আছে।

ধনু ৰাশি- আত্মবিশ্বাস বাঢ়িব। কামৰ যিকোনো অতিৰিক্ত দায়িত্ব পাব পাৰে। কৰ্মক্ষেত্ৰত ব্যাঘাত জন্মিব পাৰে। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। খং এৰাই চলক। ধুনীয়া সম্পৰ্কবোৰ ধৰি ৰাখিবলৈ যত্ন কৰক।

মকৰ ৰাশি- মনত সুখ আৰু সন্তুষ্টি থাকিব। কামৰ প্ৰতি আগ্ৰহী হ’ব। খৰচ নিয়ন্ত্ৰণ হ’ব। দিনটো আত্মবিশ্বাসেৰে ভৰা হ’ব। ধৈৰ্য্য বাঢ়িব। কৰ্মক্ষেত্ৰত অসুবিধা হব পাৰে। পত্নীৰ লগত মতাদৰ্শগত মতানৈক্য হ’ব। বন্ধুৰ সমৰ্থন পাব।

কুম্ভ ৰাশি– ধৈৰ্য্য বজাই ৰাখিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক। মনত শান্তি আৰু সুখৰ অনুভূতি থাকিব। দিনটো প্ৰেমেৰে ভৰা হ’ব। বৌদ্ধিক কামত সন্মান বৃদ্ধি পাব। 

মীন ৰাশি- সন্তানৰ স্বাস্থ্যৰ যত্ন লওক। পাৰিবাৰিক শান্তিৰ প্ৰতি গুৰুত্ব দিয়ক। কামত বন্ধুৰ সমৰ্থন পাব পাৰে। পাবলগীয়া ধন লাভ কৰিব পাৰিব। কামত সুফল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে