--°C
Loading...
Listen to Article
2 min read
80%
১০ নৱেম্বৰ ২০২৩। শুকুৰবাৰ

মেষ :  পৰিয়ালত নজৰ দিব। ব্যৱসায়ত চাপ বাঢ়িব পাৰে। ভ্ৰমণৰ যোগ আছে। বাধাৰ মাজতো অগ্ৰগতি লাভ কৰিব। কাকো ধাৰ নিদিব।

বৃষ : আৰ্থিক উন্নতিৰ যোগ। দাম্পত্য জীৱনত কাজিয়া বাঢ়িব পাৰে। ব্যৱসায়ত অগ্ৰগতিৰ শুভ যোগ আছে। সন্তানৰ শুভ। পাবলগীয়া পইচা পাব।

মিথুন : প্ৰেমত শুভ ফল লাভ। ভূমি কিনা–বেচাৰ বাবে ভাল সময়। আধ্যাত্মিকতাত আগ্ৰহ বাঢ়িব। আলহী আহিব। খৰচ নিয়ন্ত্ৰণ হ'ব।

কৰ্কট : দ্বিধা–দ্বণ্ড ত্যাগ কৰি সিদ্ধান্ত ল’ব লাগিব। ব্যৱসায়ত লাভৰ সম্ভাৱনা। চোৰৰ পৰা সাৱধান। কুকুৰৰ পৰা দূৰত থাকক। আজি ৰূপ ক্ৰয় কৰক।

সিংহ : সংযমী হোৱা প্ৰয়োজন। ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত শান্তি বৰ্তি থাকিব। পুৰণি বন্ধুক লগ পাব।  খৰচ বাঢ়িব। 

কন্যা : সৃজনশীল কামত শান্তি লাভ কৰিব। সংসাৰত অশান্তি বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ আছে। কথা ভাবি-চিন্তি ক'ব। আজি কাকো ধাৰ নিবিচাৰিব।

তুলা : দাম্পত্য জীৱনত শান্তি বৰ্তি থাকিব। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। শৰীৰৰ শুভ। আশা পূৰণ। আয় বাঢ়িব।




বৃশ্চিক : কৰ্মত উন্নতিৰ সম্ভাৱনা। মানসিক অস্থিৰতা বাঢ়িব। সাংসাৰিক অশান্তি বৃদ্ধিৰ সম্ভাৱনা আছে। মাতৃক লৈ চিন্তা। টকা-পইচাৰ একো লেনদেন নকৰিব।

ধনু :ব্যৱসায় আৰু কৰ্মত উন্নতি। অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আছে। নতুন গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে। সন্তানকলৈ চিন্তা বাঢ়িব। মা লক্ষীক সেৱা কৰক।

মকৰ : পৰোপকাৰ কৰি শান্তি লাভ কৰিব পাৰে। বিচক্ষণ ব্যক্তিৰ পৰামৰ্শত কৰ্মত উন্নতিৰ সূচনা হ’ব। প্ৰেমত মধুৰতা। খৰচ কমিব। ধনতেৰাছৰ চাকি জ্বলাব।

কুম্ভ : অতিৰিক্ত অৰ্থ লাভৰ আশা নকৰাই ভাল। ব্যয় বাঢ়িব পাৰে। শাৰীৰিক অসুস্থতাই দেখা দিব পাৰে। কাৰোবাক দিবলগীয়া টকা দিবলৈ চেষ্টা কৰক, ধনতেৰাছৰ পাছত দিব।

মীন : কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা। অৰ্থপ্ৰাপ্তিৰ যোগ আছে। স্বাস্থ্যক লৈ সতৰ্ক হওক।
ব্যৱসায়ত চাপ বাঢ়িব পাৰে। ভ্ৰমণৰ যোগ আছে। বাধাৰ মাজতো অগ্ৰগতি লাভ কৰিব। মা লক্ষী, গণেশ আৰু কুবেৰৰ নামত চাকি জ্বলাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক