--°C
Loading...
Listen to Article
2 min read
80%
মেষ- আজিৰ দিনটোত সঞ্চয় বাঢ়িব। যদি আপুনি ক’ৰবাত যিকোনো কামৰ বাবে আগবাঢ়িছে তেন্তে  তাৰ ফল পাব। মনৰ শান্তি অটুট থাকিব। শুভ সংখ্যা ১, শুভ ৰং মেৰুণ।

বৃষ – কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব। প্ৰেমত শুভ।পাৰিবাৰিক দিশত ঠিকে নাজাব। শুভ সংখ্যা ৭, শুভ ৰং আকাশী।

মিথুন – হঠাৎ লোৱা কোনো সিদ্ধান্তই অসন্তুষ্ট কৰিব। ভ্ৰমণৰ পৰিকল্পনা বাতিল কৰক৷ ভৰিৰ বিষে কষ্ট দিব। শুভ সংখ্যা ৫, শুভ ৰং গুলপীয়া।

কৰ্কট – বিত্তীয় দিশত গুৰুত্ব দিয়ক। সহায়ৰ বাবে কোনো চিনাকি মানুহ আপোনাৰ ওচৰলৈ আহিব। ভ্ৰমণৰ যোগ।  শুভ সংখ্যা ৯, শুভ ৰং বগা।

সিংহ – আজি অস্বাভাৱিকভাৱে ব্যস্ত হোৱাৰ সম্ভাৱনা আছে। কৰ্মৰ যোগ আছে। পদোন্নতিৰ সম্ভাৱনা| শুভ সংখ্যা ৩, শুভ ৰং নীলা।

কন্যা – আজি আৰ্থিক লাভৰ সম্ভাৱনা অধিক। খং কমাব। দিনটো নিজ ইচ্ছা মতে পাৰ কৰক। পানীৰ পৰা সাৱধানে থাকিব। শুভ সংখ্যা ৮, শুভ ৰং কমলা।

তুলা – সৌন্দৰ্য্যৰ প্ৰতি মনোযোগ দিব। প্ৰেমত শুভ৷ হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব৷ নিজৰ ওপৰত বিশ্বাস ৰাখিলে লক্ষ্যত সফল হ’ব৷ শুভ সংখ্যা ২, শুভ ৰং হালধীয়া।

বৃশ্চিক – গণেশৰ কৃপা দৃষ্টি লাভ কৰিব। ব্যৱসায়ত সফল হ’ব৷ ধন লাভ কৰিব৷ ব্যয় বৃদ্ধি৷  বুকুৰ বিষ হোৱাৰ সম্ভাৱনা। শুভ সংখ্যা ৭, শুভ ৰং ৰঙা।

ধনু – দিনটো প্ৰায় ভাল হ’ব৷ সফল হʼব৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লʼব৷ ব্যক্তিগত জীৱনত সুখী অনুভৱ কৰিব৷ শুভ সংখ্যা ২, শুভ ৰং সেউজীয়া।

মকৰ – কৰ্মক্ষেত্ৰত নিজৰ দক্ষতাক আৰু অধিক বৃদ্ধিৰ চেষ্টা কৰিব লাগিব।পেটৰ সমস্যাত ভুগিব পাৰে। শুভ সংখ্যা ৬ , শুভ ৰং গাঢ় নীলা।

কুম্ভ – সন্মুখত যিমানেই বাধা নাহক কিয়, সকলো নেওচি সফলতাৰ মুখ দেখিব। কৰ্মক্ষেত্ৰত কিছু গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে।শুভ সংখ্যা ৩, শুভ ৰং বাদামী।

মীন – নিগেটিভ মনোভাৱ লৈ অহা লোকসকলৰ পৰা দূৰত থকাৰ চেষ্টা কৰক। আজি পৰিয়ালৰ সৈতে সময় কটাওক। গণেশৰ কৃপা দৃষ্টি লাভ কৰিব। শুভ সংখ্যা ৭, শুভ ৰং পাতল সেউজীয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন