--°C
Loading...
Listen to Article
2 min read
80%
২৬ জুলাই ২০২৩, বুধবাৰ

মেষ ৰাশিঃ  দিনটো মধ্যমীয়া, কোনোৱে প্ৰতাৰণা কৰিব পাৰে। কিন্তু কৰ্মক্ষেত্ৰত সফল হ'ব। আৰ্থিক দিশতো ভাল দেখা যায়। শিক্ষার্থীসকলৰ বাবে কোনো ভাল সংবাদ আহিব।

বৃষ ৰাশিঃ সামাজিক কামৰ পৰা সন্তুষ্টি লাভ কৰিব। সন্মান বৃদ্ধি হ’ব। অমীমাংসিত কামবোৰ সম্পূৰ্ণ কৰিবলৈ অসাৱধান নহ’ব। নিযুক্তিপ্ৰাপ্ত লোকৰ দৰমহা বৃদ্ধি হ’ব পাৰে।

মিথুন ৰাশিঃ  আজিৰ দিনটো এক সুখময় দিন হ'ব। ভাল কামৰ বাবে সন্মানিত হ'ব। সৎ বন্ধুৰ পৰা সহায় পাব। ভ্ৰমণৰ সম্ভাৱনা আছে। প্ৰেমত শান্তি।

কৰ্কট ৰাশিঃ  যাত্ৰাৰ সম্ভাৱনা। খৰছ বৃদ্ধি পাব পাৰে। নিজকে সংগঠিত আৰু শৃংখলাবদ্ধ কৰি ৰাখিব। উচ্চ পদস্থ বিষয়াসকলৰ সৈতে অযথা তৰ্ক নকৰিব।

সিংহ ৰাশিঃ  পাৰিবাৰিক কামবোৰ সম্পূৰ্ণ কৰিবলৈ দ্বিধা নকৰিব। কাৰ্যালয়ত দক্ষতা প্ৰৱৰ্তন কৰিব। ব্যৱসায়ৰ অস্থিৰতা নাইকিয়া হ’ব। আনৰ সমস্যাত নিজকে জড়িত নকৰিব।

কন্যা ৰাশিঃ নতুন ব্যৱসায়ৰ বাবে ডাঙৰ পৰিকল্পনা কৰিব পাৰে। দিনটো শুভ। শিক্ষার্থী সকলে কিছুমান নতুন কৌশল আয়ত্ব কৰাৰ সুবিধা পাব। ঘৰত বিয়া ওলোৱাৰ যোগ।

তুলা ৰাশিঃ   দিনটো বৰ এটা ভাল নহয়। যাত্ৰা পৰিহাৰ কৰক। কোনো ভাল কাম হাতত নোলোৱাই শ্ৰেয়। উপাৰ্জনৰ দিশ শক্তিশালী, সঞ্চয় ভাল হ'ব।

বৃশ্চিক ৰাশিঃ এক ডাঙৰ সমস্যাৰ সমাধান হ'ব। সম্পত্তিৰ মীমাংসা হ'ব। ক্ৰোধৰ অধীন নহ'বলৈ চেষ্টা কৰিব, কাৰোবাৰ সৈতে মনোমালিন্য হোৱাৰ সম্ভাৱনা।

ধনু ৰাশিঃ  কথাৰ মধুৰতাই প্ৰেমৰ সম্পৰ্ক গাঢ় কৰিব। শিক্ষাৰ্থী সকলৰ বাবে দিনটো ভাল। সাহিত্য আৰু কলাক্ষেত্ৰৰ সৈতে জড়িত সকলে ভাল সুযোগ পোৱাৰ যোগ।

মকৰ ৰাশিঃ আজিৰ দিনটো এক আনন্দদায়ক দিন হিচাপে প্ৰমাণিত হ’ব। কোনো বিশেষজনৰ পৰা উপহাৰ পাব। বিবাহিত জীৱনত প্ৰেম বৃদ্ধি হ’ব। ভ্ৰমণৰ যোগ। 

কুম্ভ ৰাশিঃ  মনৰ কথা খুলি ক'বলৈ শিকক, অন্যথা আজি মানসিক কষ্টত ভুগিব পাৰে। দূৰ যাত্ৰাৰ সম্ভাৱনা। প্ৰিয় বন্ধুৰ সংগ লাভ কৰিব। খৰছ কিছু বৃদ্ধি পাব।

মীন ৰাশিঃ কেৰিয়াৰ, আৰ্থিক লগতে পাৰিবাৰিক জীৱনত আশানুৰূপ ফল লাভৰ যোগ। বিবাহিত সকলৰ বাবে দিনটো সুখৰ। কিন্তু প্ৰেমৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিয়াৰ সম্ভাৱনা।










FOLLOW US F
POPULAR
FEATURE
TRENDY
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ