--°C
Loading...
Listen to Article
2 min read
80%
মেষ- বিবাহৰ কথা চলি থকাসকলে আজি কোনো সিদ্ধান্তত উপনীত হ'ব। পত্নীৰ স্বাস্থ্যক লৈ চিন্তাত পৰিব পাৰে। শুভ সংখ্যা ৭, শুভ ৰং বগা। 

বৃষ- কোনো ডাঙৰ সুযোগ হাতলৈ আহিব। খং কমাব। কৰ্মত বাধা আহিব। সিদ্ধান্ত লওঁতে সাৱধান হ’ব। গণেশক আৰাধনা কৰিব। বিপদত পৰা লোকক সহায় কৰিব। শুভ সংখ্যা ৩, শুভ ৰং বগা।

মিথুন- কোনো ডাঙৰ সুযোগ হাতলৈ আহিব। খং কমাব। কৰ্মত বাধা আহিব। সিদ্ধান্ত লওঁতে সাৱধান হ’ব। গণেশক আৰাধনা কৰিব। বিপদত পৰা লোকক সহায় কৰিব। শুভ সংখ্যা ৩, শুভ ৰং বগা।

কৰ্কট- সম্পত্তি ক্ৰয় কৰাৰ সময়ত সাৱধান হ’ব। গণেশৰ কৃপা থাকিব। সকলো কামেই আজি সুকলমে সমাপ্ত হ’ব। কোনো বেলেগ লোকে দিয়া পৰামৰ্শক চকু বন্ধ কৰি বিশ্বাস নকৰিব। শুভ সংখ্যা ১, শুভ ৰং বাদামী।

সিংহ- কৰ্মৰ ক্ষেত্ৰত ভয় শংকা বৃদ্ধি পাব। অযথা বদনাম পাব পাৰে। জমা ধন খৰচ হ’ব। আনৰ তোষামোদত ভোল নাযাব।শুভ সংখ্যা ৩, শুভ ৰং বগা।

কন্যা- ধাৰলৈ দিয়া পইচা ঘূৰাই পাব। দীৰ্ঘদিনধৰি অমীমাংসিত পৰিকল্পনা আৰম্ভ কৰাৰ সঠিক সময়। কোনো আত্মীয়ৰ পৰা ভাল খবৰ লাভ কৰিব। শুভ সংখ্যা ৬, শুভ ৰং কমলা।

তুলা- কোনো বিশেষ কামৰ বাবে আপুনি প্ৰেৰণা লাভ কৰিব। প্ৰিয়জনৰ পৰা উপহাৰ লাভ কৰিব। আয় আৰু ব্যয়ৰ মাজত সামঞ্জস্য বজায় চলিব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। শুভ সংখ্যা ৮,শুভ ৰং মেৰুণ।

বৃশ্চিক- মাটি বাৰীৰ ক্ষেত্ৰত স্থগিত থকা বিষয়বোৰ সমাধান হ’ব। দিনটো সুখদায়ক হ’ব। অৰ্থ লাভ। শুভ সংখ্যা ২, শুভ ৰং নীলা।

ধনু- দিনটো প্ৰায় ভালে যাব। খৰচৰ মাত্ৰা বৃদ্ধি পাব।সংযম ৰক্ষা কৰি চলিব। দুষ্ট লোকে বিপথে নিব পাৰে। শুভ সংখ্যা ৫, শুভ ৰং হালধীয়া।

মকৰ- গণেশৰ কৃপা দৃষ্টি লাভ কৰিব। ব্যৱসায়ীত, শিক্ষাৰ্থীৰ বাবে দিনটো মধ্যমীয়া। প্ৰেমত বিবাদৰ সম্ভাৱনা। শুভ সংখ্যা ৩, শুভ ৰং বেঙুনীয়া।

কুম্ভ- পাবলগীয়া ধন ঘূৰাই পাব। কাৰোৰে সৈতে অনৰ্থক কাজিয়া নকৰিব। কৰ্মত দূৰদৰ্শিতা প্ৰকাশ পাব। ভ্ৰমণৰ যোগ। প্ৰেমত সাৱধান হ’ব। শুভ সংখ্যা ৪, শুভ ৰং মাখন।

মীন- কামত আনৰ পৰা প্ৰেৰণা পাব। মনোৰঞ্জনত ব্যস্ত নথকাই ভাল। মিছা প্ৰতিশ্ৰুতি নিদিব। পৰচৰ্চা নকৰিব। শুভ সংখ্যা ৯, শুভ ৰং গুলপীয়া।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ