--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই ঘৰত ধাতুৰে প্ৰস্তুত কৰা সজোৱা সামগ্রী সজাই ভালপায়। ধাতুৰে প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ মূৰ্তি, ফুল, জীৱ-জন্তুৰ প্ৰতিকৃতি আদি বহুতে ঘৰত সজাই ৰাখে। কিন্তু ধাতুৰে প্ৰস্তুত কৰা এনেধৰণ মূৰ্তি আদি ঘৰৰ ভুল  দিশতে সজাই ৰাখিলে বিষময় পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে।

 ধাতুৰে নিৰ্মাণ কৰা মূৰ্তি আদি বিশেষ দিশত সজাই নাৰাখিলে ঘৰত অশান্তিৰ সৃষ্টি হোৱাৰ লগতে ৰোগ-ব্যাধি আদি বৃদ্ধি পায়। বিভিন্ন ধৰণৰ ধাতুৰে নিৰ্মিত মূৰ্তিৰ উপৰি ধাতুৰ জৰিয়তে নানান ধৰণৰ যন্ত্রপাতি আদিও প্ৰস্তুত কৰা হয়। 

এনেধৰণৰ যন্ত্ৰপাতি তথা মূর্তিসমূহ ঘৰৰ পশ্চিম দিশত ৰাখিব লাগে। কাৰণ পশ্চিম দিশৰ উপাদান হৈছে ধাতু। সেইবাবে সেই দিশত ধাতুৰে প্ৰস্তুত কৰা মূৰ্তি আদি ৰাখিলে গৃহস্থৰ মংগল হয়। ধাতুৰে প্ৰস্তুত কৰা মূৰ্তি, যন্ত্রপাতি আদি ঘৰৰ য'তে-ত'তে সিঁচৰতি কৰি ৰাখিব নালাগে। এনেদৰে এনেবোৰ সামগ্ৰী ঘৰৰ য'তে-ত'তে সিঁচৰতি কৰি ৰাখিলে ঘৰত অশান্তি বৃদ্ধি পায়। ধন-ধান আদি হ্রাস পায়। সেইবাবে ধাতুৰে প্ৰস্তুত কৰা মূৰ্তি-যন্ত্রপাতি আদি সদায় ঘৰৰ পশ্চিম দিশত ৰখাটো মংগলজনক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ