--°C
Loading...
Listen to Article
2 min read
80%

১২ জানুৱাৰী ২০২৩, বৃহস্পতিবাৰ

মেষ :  ব্যৱসায়ত চাপ বাঢ়িব পাৰে। ভ্ৰমণৰ যোগ আছে। বাধাৰ মাজতো অগ্ৰগতি লাভ কৰিব।

বৃষ : আৰ্থিক উন্নতিৰ যোগ। দাম্পত্য জীৱনত কাজিয়া বাঢ়িব পাৰে। ব্যৱসায়ত অগ্ৰগতিৰ শুভ যোগ আছে।

মিথুন : প্ৰেমত শুভ ফল লাভ। ভূমি কিনা–বেচাৰ বাবে ভাল সময়। আধ্যাত্মিকতাত আগ্ৰহ বাঢ়িব।

কৰ্কট : দ্বিধা–দ্বণ্ড ত্যাগ কৰি সিদ্ধান্ত ল’ব লাগিব। ব্যৱসায়ত লাভৰ সম্ভাৱনা।

সিংহ : সংযমী হোৱা প্ৰয়োজন। ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত শান্তি বৰ্তি থাকিব।

কন্যা : সৃজনশীল কামত শান্তি লাভ কৰিব। সংসাৰত অশান্তি বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ আছে।

তুলা : দাম্পত্য জীৱনত শান্তি বৰ্তি থাকিব। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে।

বৃশ্চিক : কৰ্মত উন্নতিৰ সম্ভাৱনা। মানসিক অস্থিৰতা বাঢ়িব। সাংসাৰিক অশান্তি বৃদ্ধিৰ সম্ভাৱনা আছে।

ধনু :ব্যৱসায় আৰু কৰ্মত উন্নতি। অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আছে। নতুন গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে।

মকৰ : পৰোপকাৰ কৰি শান্তি লাভ কৰিব পাৰে। বিচক্ষণ ব্যক্তিৰ পৰামৰ্শত কৰ্মত উন্নতিৰ সূচনা হ’ব।

কুম্ভ : অতিৰিক্ত অৰ্থ লাভৰ আশা নকৰাই ভাল। ব্যয় বাঢ়িব পাৰে। শাৰীৰিক অসুস্থতাই দেখা দিব পাৰে।

মীন : কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা। অৰ্থপ্ৰাপ্তিৰ যোগ আছে। স্বাস্থ্যক লৈ সতৰ্ক হওক।

ব্যৱসায়ত চাপ বাঢ়িব পাৰে। ভ্ৰমণৰ যোগ আছে। বাধাৰ মাজতো অগ্ৰগতি লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২