--°C
Loading...
Listen to Article
2 min read
80%

 ১৩ জানুৱাৰী, শুকুৰবাৰ, ২০২৩

মেষ – ব্যৱসায়ত ভাল খবৰ আহিব। অৰ্থনৈতিক বিকাশ অব্যাহত থাকিব। বিবাহত শান্তি। 

বৃষ -আপুনি আইনী জটিলতাৰ সন্মুখীন হ’ব লাগিব পাৰে। কাম আৰু ব্যৱসায়ত সফলতা আৰু খ্যাতি। হাতলৈ ধন আহিব। 

মিথুন – এটা নতুন কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। আজি ভ্ৰমণৰ যোগ আছে। ঘৰলৈ আলহী আহিব। 

কৰ্কট – বৈবাহিক বিভেদৰ সম্ভাৱনা। শিশুৰ প্ৰাপ্তিত সুনাম বৃদ্ধি। প্ৰিয়জনৰ পৰা উপহাৰ উপলব্ধ হ’ব পাৰে। 

সিংহ – শত্ৰুৱে ভালৰ সুযোগৰ ক্ষতি কৰিব পাৰে। ব্যৱসায়ত লাভ। পৰোপকাৰ কৰোঁতে ব্যয় বৃদ্ধি।

কন্যা – কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি। সৃষ্টিশীল লোকৰ বাবে ভাল। মানসিক অস্থিৰতা বৃদ্ধি হ’ব। 

তুলা – অত্যধিক খঙৰ ফলত বিপদ হ’ব পাৰে। চুবুৰীয়াৰ বাবে অস্থিৰতা আহিব। কৰ্মস্থানৰ পৰিৱেশত উন্নতি দেখা যাব।

বৃশ্চিক -দুঃস্বপ্ন বা বেয়া সপোন হৈছে অৱচেতন মনৰ ভয়, সেইবোৰৰ বিষয়ে বিচলিত হোৱাৰ কোনো প্ৰয়োজন নাই। অতিমাত্ৰা খৰছ হ’ব। কামত মন দিয়ক।

ধনু – আপোনাৰ খুব ওচৰৰ কোনোবাই আপোনাক আঘাত কৰিব। চুবুৰীয়াৰ সৈতে সদ ভাৱ ৰাখক। প্ৰেমত সুখ।

মকৰ – সম্পৰ্কক অধিক নিৰ্ভৰযোগ্য কৰি তুলি আজি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰে। জ্বৰ–চৰ্দিৰ সমস্যাত ভুগিব পাৰে। সংসাৰ ঠিকে থাকিব।

কুম্ভ – আজি নিজকে আত্মবিশ্বাসী অনুভৱ হ’ব পাৰে। কৰ্মক্ষেত্ৰত অত্যন্ত চাপৰ বাবে শাৰীৰিক অৱস্থা বেয়া হ’ব পাৰে। 

মীন – কোনো ঘটনা ঘটিব পাৰে। ভ্ৰমণ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে আজিৰ দিনটো শুভ। প্ৰেমত অশান্তি। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক