--°C
Loading...
Listen to Article
2 min read
80%
২০ ডিচেম্বৰ ২০২২, মঙলবাৰ

মেষ : সৃজনশীলতাৰে ভৰা সময় আহিব। ব্যৱসায়ৰ ক্ষেত্ৰত এই সৃজনশীলতাক ব্যৱহাৰ কৰা প্ৰয়োজন, লাভ হ’ব। প্ৰেমত উত্তম।

বৃষ : অৰ্থ বিনিয়োগৰ কথা ভাবিছে যদি সেয়া বৰ্তমান স্থগিত ৰাখক। ধন বিনিয়োগৰ বাবে এয়া আদৰ্শ সময় নহয়। সংসাৰ ঠিকে থাকিব।

মিথুন : আৰ্থিক বৃদ্ধি অব্যাহত থাকিব। মনৰ কথা শুনি চলাৰ চেষ্টা কৰক। বহু ইংগিত পোৱা যাব। আয় বৃদ্ধি।

কৰ্কট : নতুন নতুন যোগাযোগ তৈয়াৰ হ’ব পাৰে। স্বাস্থ্য সম্পৰ্কে সচেতন থাকক। কোনো ধৰণৰ ৰোগে দেখা দিব পাৰে। 

সিংহ : দীৰ্ঘদিনৰ পৰিশ্ৰমৰ পিছত এতিয়া কিছু শান্ত হৈ বহাৰ সময়। কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব। পৰিয়ালৰো সমৰ্থন লাভ কৰিব।

কন্যা : প্ৰচূৰ পৰিকল্পনাই মূৰত ভিৰ কৰিব। সম্ভৱ–অসম্ভৱ নানা কল্পনাত নিশাৰ টোপনি উৰি যোৱাৰ সম্ভাৱনা। মন শান্ত কৰি ৰাখক।

তুলা : সকলো মনে ভবা ধৰণে নহ’বও পাৰে। কিন্তু সেয়া সাময়িক। পৰৱৰ্তী কিছুদিনত পৰিস্থিতি পুনৰ পূৰ্বৰ দৰেই হৈ উঠিব। ইতিবাচক পৰিস্থিতি বজাই ৰাখক।

বৃশ্চিক : কৰ্মক্ষেত্ৰত শুভ যোগ। অৰ্থনৈতিক সমৃদ্ধিৰ সম্ভাৱনা। অকাৰণত মেজাজ নেহেৰুৱাব। প্ৰেমত শান্তি।

ধনু : বহু অমীমাংসিত সমস্যাৰ সমাধান হ’ব। জীৱনলৈ শান্তি আহিব। পৰিৱৰ্তনৰ বাবে এয়াই শ্ৰেষ্ঠ সময়। প্ৰিয়জনৰ সৈতে ভাল সময় অতিবাহিত হ’ব।

মকৰ : কৰ্মক্ষেত্ৰত ইতিবাচক পৰিস্থিতি তৈয়াৰ হ’ব। কামৰ দক্ষতা প্ৰদৰ্শন কৰাৰ এয়া আদৰ্শ সময়। সময়ত কাম শেষ কৰক। প্ৰেমত মধুৰতা।

কুম্ভ : যিকোনো ধৰণৰ বিনিয়োগ এই মুহূৰ্তত স্থগিত ৰাখক। কৰ্মক্ষেত্ৰ বা বাসস্থানত পৰিৱৰ্তন হ’ব পাৰে। মানসিক প্ৰস্তুতি প্ৰয়োজনীয়। উপাৰ্জন ভাল।

মীন : ৰোমাণ্টিক জীৱনৰ আদৰ্শ সময়। বিবাহৰ পৰিকল্পনা কৰা যাব পাৰে। বিবাহিতসকলৰ বাবেও সম্পৰ্ক সুদৃঢ় কৰাৰ সময়। আলহী আহিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক