--°C
Loading...
Listen to Article
2 min read
80%

১৫ নৱেম্বৰ ২০২২, মঙলবাৰ

মেষ- আজিৰ দিনটোত সঞ্চয় বাঢ়িব। যদি আপুনি ক’ৰবাত যিকোনো কামৰ বাবে আগবাঢ়িছে তেন্তে  তাৰ ফল পাব। মনৰ শান্তি অটুট থাকিব। শুভ সংখ্যা ১, শুভ ৰং মেৰুণ।

বৃষ – কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব। প্ৰেমত শুভ।পাৰিবাৰিক দিশত ঠিকে নাজাব। শুভ সংখ্যা ৭, শুভ ৰং আকাশী।

মিথুন – হঠাৎ লোৱা কোনো সিদ্ধান্তই অসন্তুষ্ট কৰিব। ভ্ৰমণৰ পৰিকল্পনা বাতিল কৰক৷ ভৰিৰ বিষে কষ্ট দিব। শুভ সংখ্যা ৫, শুভ ৰং গুলপীয়া।

কৰ্কট – বিত্তীয় দিশত গুৰুত্ব দিয়ক। সহায়ৰ বাবে কোনো চিনাকি মানুহ আপোনাৰ ওচৰলৈ আহিব। ভ্ৰমণৰ যোগ।  শুভ সংখ্যা ৯, শুভ ৰং বগা।

সিংহ – আজি অস্বাভাৱিকভাৱে ব্যস্ত হোৱাৰ সম্ভাৱনা আছে। কৰ্মৰ যোগ আছে। পদোন্নতিৰ সম্ভাৱনা| শুভ সংখ্যা ৩, শুভ ৰং নীলা।

কন্যা – আজি আৰ্থিক লাভৰ সম্ভাৱনা অধিক। খং কমাব। দিনটো নিজ ইচ্ছা মতে পাৰ কৰক। পানীৰ পৰা সাৱধানে থাকিব। শুভ সংখ্যা ৮, শুভ ৰং কমলা।

তুলা – সৌন্দৰ্য্যৰ প্ৰতি মনোযোগ দিব। প্ৰেমত শুভ৷ হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব৷ নিজৰ ওপৰত বিশ্বাস ৰাখিলে লক্ষ্যত সফল হ’ব৷ শুভ সংখ্যা ২, শুভ ৰং হালধীয়া।

বৃশ্চিক – গণেশৰ কৃপা দৃষ্টি লাভ কৰিব। ব্যৱসায়ত সফল হ’ব৷ ধন লাভ কৰিব৷ ব্যয় বৃদ্ধি৷  বুকুৰ বিষ হোৱাৰ সম্ভাৱনা। শুভ সংখ্যা ৭, শুভ ৰং ৰঙা।

ধনু – দিনটো প্ৰায় ভাল হ’ব৷ সফল হʼব৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লʼব৷ ব্যক্তিগত জীৱনত সুখী অনুভৱ কৰিব৷ শুভ সংখ্যা ২, শুভ ৰং সেউজীয়া।

মকৰ – কৰ্মক্ষেত্ৰত নিজৰ দক্ষতাক আৰু অধিক বৃদ্ধিৰ চেষ্টা কৰিব লাগিব।পেটৰ সমস্যাত ভুগিব পাৰে। শুভ সংখ্যা ৬ , শুভ ৰং গাঢ় নীলা।

কুম্ভ – সন্মুখত যিমানেই বাধা নাহক কিয়, সকলো নেওচি সফলতাৰ মুখ দেখিব। কৰ্মক্ষেত্ৰত কিছু গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে।শুভ সংখ্যা ৩, শুভ ৰং বাদামী।

মীন – নিগেটিভ মনোভাৱ লৈ অহা লোকসকলৰ পৰা দূৰত থকাৰ চেষ্টা কৰক। আজি পৰিয়ালৰ সৈতে সময় কটাওক। গণেশৰ কৃপা দৃষ্টি লাভ কৰিব। শুভ সংখ্যা ৭, শুভ ৰং পাতল সেউজীয়া।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ