--°C
Loading...
Listen to Article
2 min read
80%
৩/০২/২০২৪, শনিবাৰ

১. মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক -জাতিকাসকলৰ  আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, আনৰ পৰা মৰম- চেনেহ লাভ কৰিব, লগতে আজি আপোনাৰ হাতলৈ ধন ধান আহিব লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে লাভাম্বিত হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকাৰ আজিৰ দিনটোত সৌভাগ্যৰ উদয় হ'ব।  আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য স্বাস্থ্যৰ হানি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি (ক,ছ):-  মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, কৰ্মত সকলো দিশতে জয় লাভ কৰিব বিশেষকৈ আজি দিনটোত ছোৱালীসকলৰ কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি (ড,হ) : - কৰ্কট ৰাশিৰ  জাতক-জাতিকাসকলে আজিৰ দিনটোত নতুন কাপোৰ পৰিধান কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনত চিন্তা বৃদ্ধি পাব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য ক্ষতি  হোৱাৰ যোগ দেখা যায়। 

৫. সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, ব্যৱসায়িকভাৱে সফলতা লাভ কৰিব। আজি আপুনি নিজৰ ভুলবোৰ সংশোধন কৰিবলৈ সুযোগ লাভ কৰিব, লগতে আজি আপুনি হীনমান্যতাত ভুগিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব ।

৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলে  আজিৰ দিনটোত সম্পত্তি লাভ কৰিব, সাহসেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হ'ব, যদিও আজি আপোনাৰ মনটো চিন্তিত কৰিব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।

৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাম্বিত হ'ব পাৰিব। উত্তম ভোজন লাভ কৰিব, লগতে আজি আপুনি আত্মীয় পৰিয়ালৰ সান্নিধ্য লাভ  পোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলে আজিৰ দিনটোত  কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি ছাত্ৰ- ছাত্ৰী সকলৰ মাজত নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে।

৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত সকলো দিশতে জয় লাভ কৰিব, ব্যৱসায়িক দিশত লাভান্বিত হ'ব পাৰিব। লগতে আজি আপোনাৰ আনন্দ মনে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আয়- উপাৰ্জন বাঢ়িব। কৰ্মত নতুন  দায়িত্ব লাভ কৰিব। আজি আপুনি খৰছৰ প্ৰতি নজৰ ৰখাটো ভাল হ'ব।

১১. কুম্ভ ৰাশি (গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত মনৰ আশা পূৰণ হ'ব , প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব। আজি আপুনি সজাগ নহ'লে বস্তু চুৰ হ'ব পাৰে। সামান্য মনটো অস্থিৰ হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, শিল্পী সকলৰ সুনাম বাঢ়িব, লগতে আজি আপুনি ক'ৰবাত পাবলগীয়া ধন সম্পত্তি ঘুৰাই পোৱাৰ যোগ দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement