--°C
Loading...
Listen to Article
2 min read
80%
২৭ এপ্ৰিল ২০২৩, বৃহস্পতিবাৰ

মেষ -সকলো কথাতে আনৰ ওপৰত নিৰ্ভৰ নকৰিব | সম্পত্তি ক্ৰয় কৰিব পাৰিব | কোনো বিশেষ লোকৰ সানিধ্য লাভ কৰিব | শুভ সংখ্যা ৫, শুভ ৰং বাদামী |

বৃষ- দক্ষতা সাহস আৰু বুদ্ধিমত্তাৰ পৰিচয় দিয়ক | মূল্যবান সম্পদ লাভ কৰিব | জৰুৰী কামত আনক ভৰসা নকৰিব |প্ৰেমত সাৱধান হ’ব | শুভ সংখ্যা ৭ , শুভ ৰং কমলা |

মিথুন – মইমতালিৰে কোনো কাম নকৰিব | পদে পদে শত্ৰু থাকিব | দাম্পত্যত আশা কৰা মতে ফল পাব |শুভ সংখ্যা ১ , শুভ ৰং গোলপীয়া |

কৰ্কট – অনৰ্থক কথা লৈ মূৰ নঘমাব | জন্তুৰ পৰা সাৱধান হ’ব | আনৰ তোষামোদত ভোল নাযাব | শুভ সংখ্যা ৬ , শুভ ৰং হালধীয়া |

সিংহ – হঠাতে কাকো প্ৰতিশ্ৰুতি নিদিব | ঘৰলৈ আলহীৰ আগমন হ’ব | কৰ্মক্ষেত্ৰত সাৱধান হ’ব | শুভ সংখ্যা ২ , শুভ ৰং গাঢ় মুগা |

কন্যা – হাতলৈ ধন আহিব | আবেলি কোনো ভাল খবৰ লাভ কৰিব | খাদ্যৰ প্ৰতি সচেতন হ’ব| শুভ সংখ্যা ৪ , শুভ ৰং বগা |

তুলা – মনত সংশয় থাকিব | দাঁতৰ বিষ চৰ্ম ৰোগত ভুগিব পাৰে | প্ৰেমত সফলতা পাব | মনৰ আশা পূৰ্ণ হ’ব। শুভ সংখ্যা ৫ , শুভ ৰং মেৰুণ |

বৃশ্চিক – কৰ্মশক্তি বৃদ্ধি পাব | একো কথাতে আনৰ ওপৰত নিৰ্ভয় নকৰিব | শাৰীৰিক-মানসিক স্থিতি সবল |শুভ সংখ্যা ৩ , শুভ ৰং আকাশী |

ধনু – কোনো দুৰ্যোগৰ মুখামুখি হ’ব | চঞ্চলতা কমাব | আবেগ বৰ্জন কৰক | পিছবেলা শুভ কাৰ্য নকৰিব | শুভ সংখ্যা ৯, শুভ ৰং মাখন |

মকৰ – স্বাৰ্থ নাৰাখি কাম কৰিলে সুফল পাব |কৰ্মত পদোন্নতিৰ যোগ | বিদ্যাত আনন্দ | শুভ সংখ্যা ১ , শুভ ৰং পাতল নীলা |

কুম্ভ – কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে | ধনৰ লালসা বাঢ়িব|যান-বাহনক ক্ষতি | শুভ সংখ্যা ৮, শুভ ৰং ৰঙা |

মীন – কৰ্মত কষ্টৰ ফল লাভ কৰিব | শিক্ষাৰ্থী সকলৰ বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে | শুভ সংখ্যা ৭, শুভ ৰং ৰূপালী |









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস