--°C
Loading...
Listen to Article
2 min read
80%
আজি জাতক-জাতিকাৰ ভাগ্যত কি আছে?জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

মেষ – দিনটোত কৰ্মব্যস্ততা বৃদ্ধি পাব। হুৰমুৰকে কোনো সিদ্ধান্ত নল’ব। পানীৰ পৰা সাৱধান থাকিব। শুভ সংখ্যা ৩ , শুভ ৰং হালধীয়া।

বৃষ – কাম-কাজৰ পৰিসৰ বৃদ্ধি পাব। স্বাস্থ্য ভালে নাযাব। খৰচৰ মাত্ৰা বৃদ্ধি হ’ব । শুভ সংখ্যা ৮, শুভ ৰং আকাশী।

মিথুন – মনৰ পৰা ভয় অৱসাদ আতৰিব। নিৰামিষ আহাৰ গ্ৰহণ কৰিব। প্ৰেমত শুভ। শুভ সংখ্যা ৫ , শুভ ৰং বাদামী।

কৰ্কট – দিনটো কিছু কঠিন হ’ব।যদি কোনো নতুনকৈ ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে এতিয়া নকৰিব। শুভ সংখ্যা ১ , শুভ ৰং বগা।

সিংহ – দিনটো শুভ।যিকোনো কামৰ বাবে নিজৰ ওপৰত ভৰষা ৰাখক। লক্ষ্যত সফল হ’ব। শুভ সংখ্যা ৬, শুভ ৰং কমলা।

কন্যা – কৰ্মব্যস্ততা বৃদ্ধি পাব। আত্মীয়ৰ সৈতে মনোমালিন্য হ’ব পাৰে। হাতলৈ ধন আহিব। শুভ সংখ্যা ২, শুভ ৰং সোণালী।

তুলা – দুৰ ভ্ৰমণৰ যদি পৰিকল্পনা কৰি আছে তেনেহলে অতি শীঘ্ৰে তাৰ পূৰণতা পাব। শিক্ষাৰ্থী সকলে কোনো পৰীক্ষাত সফলতা লাভ কৰিব। শুভ সংখ্যা ৭, শুভ ৰং নীলা।

বৃশ্চিক – সফলতা লাভ কৰিবৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। দাম্পত্যত কাজিয়াৰ সম্ভাৱনা। শুভ সংখ্যা ৪, শুভ ৰং ৰূপালী।

ধনু- দিনটো মধ্যমীয়া। প্ৰেমত সকলো সঠিকভাৱে নাযাব। ব্যৱসায়ী সকলৰ বাবে অতি উত্তম।

মকৰ – কৰ্মজীৱনত প্ৰসংশা লাভ কৰিব। খং-ৰাগ বৃদ্ধি পাব। বুকুৰ বিষ হ’ব পাৰে। শুভ সংখ্যা ৫ , শুভ ৰং আকাশী।

কুম্ভ – আজি আপুনি কোনো সমস্যাৰ সমাধান লাভ কৰিব। হাতত থকা পইচা হেৰুৱাৰ সম্ভাৱনা। শুভ সংখ্যা ২ , শুভ ৰং গোলপীয়া।

মীন- বৈবাহিক জীবনত যদি কোনো কথাত কিবা সমস্যা চলি আছে তেনেহলে আজি সকলো ঠিক হ’ব। হতাশা আতৰ হ’ব। শুভ সংখ্যা ৮, শুভ ৰং সেউজীয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement