--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআজি ২০২৩ চনৰ  ২  জুলাই, দেওবাৰ। আজি কেনে যাব আপোনাৰ দিনটো। জানো আহক দিনটোৰ ৰাশিফল-

১. মেষ ৰাশি- আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হ'ব৷  কৰ্মত ব্যস্ততা বাঢ়িব। ভ্ৰমণত সাৱধান হ'ব। স্বাস্থ্য ভালে থাকিব।প্ৰেমত মধ্যম। পানীৰ পৰা সাৱধান

২. বৃষ ৰাশি -বন্ধুৰ সৈতে মিলন হ'ব।  সংসাৰত শুভ।  শৰীৰ অসুস্থ। প্ৰেমত সন্দেহ। বিদ্যাত বাধা।খৰচ বৃদ্ধিৰ যোগ ।চকুৰ ৰোগ হ’ব পাৰে।

৩. মিথুন ৰাশি-  ভ্ৰমণ হ'ব পাৰে৷ কৰ্মস্থান শুভ। মনৰ আশা পূৰণ। ঘৰলৈ আলহী অহাৰ যোগ দেখা যায়৷ হাতলৈ ধন আহিব।

৪. কৰ্কট ৰাশি -শুভ সংবাদ লাভ কৰিব৷। প্ৰেমত আশা বৃদ্ধি। শৰীৰত গুৰুত্ব দিয়ক।খৰচ বৃধ্দিৰ যোগ। কিন্তু হাতলৈ ধনো আহিব। মাতৃৰ বাবে চিন্তা।

৫. সিংহ ৰাশিৰ - আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশক লৈ চিন্তিত। মানসিক শান্তি ভংগ। হাতলৈ ধন অহাৰ যোগ।

৬. কন্যা ৰাশি - আয় বাঢ়িব৷প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণত বাধা। প্ৰেমত মধ্যম।শিঙাল যজন্তুৰ পৰা সাৱধান। 

৭. তুলা ৰাশি - খৰচ বৃদ্ধি হ'ব পাৰে ৷ মনৰ আশা পূৰণ হ’ব। প্ৰেমত শুভ। বন্ধুৰ সহায় লাভ।হঠাতে ভাল খবৰ পাব পাৰে।ধন আহিব।

৮. বৃশ্চিক ৰাশি -মনত কষ্ট পাব।  আপুনি কামক লৈ সজাগ হোৱাটো ভাল হ'ব। সন্তানক লৈ চিন্তা। খৰচ নিয়ন্ত্ৰণ কৰক ।যান-বাহনৰ পৰা সাৱধান।

৯. ধনু ৰাশি- আনে প্ৰশংসা কৰিব।  দেহত বিষ হ'ব পাৰে। আলহীৰ আগমন। খৰচ বৃদ্ধি। ধাৰাল অস্ত্ৰৰ পৰা সাৱধান। 

১০. মকৰ ৰাশি- আত্মীয়ৰ আগমন।মনলৈ শান্তিৰ ভাব আহিব। সন্তানৰ প্ৰতি  নজৰ দিয়ক। প্ৰশংসা লাভ কৰিব।প্ৰেমত নতুন যোগাযোগ। খৰচ বৃদ্ধি হ’ব পাৰে। 

১১. কুম্ভ ৰাশি - সন্মান বাঢ়িব৷ কোনো বস্তু হেৰাব পাৰে।  খৰচ হ্ৰাস পাব। প্ৰেমত শুভ।পিতৃ-মাতৃৰ বাবে চিন্তা। 

১২. মীন ৰাশি- নতুন বস্তু ক্ৰয় কৰিব পাৰে। ।  প্ৰেমত বুজাবুজিৰ ভাব। দূৰ ভ্ৰমণৰ যোগ। । পানী আৰু যান-বাহনৰ পৰা সাৱধানে থাকিব।পেটৰ ৰোগত ভুগিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু