--°C
Loading...
Listen to Article
2 min read
80%
 


০৭/০৫/২৪, মঙলবাৰ


মেষ ৰাশি: বিভিন্ন সমস্যাবোৰ আপুনি সহজে সমাধান কৰিব পাৰিব ৷ ব্যৱসায় আৰু ক্ৰীড়া ক্ষেত্ৰত লাভজনক ফল লাভ কৰিব ৷ ঘৰুৱা পৰিবেশ সুন্দৰ হ’ব আৰু যি আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্যৰ উন্নতি কৰিব ৷

বৃষ ৰাশি: আজি আপুনি কোনো সিদ্ধান্ত গ্ৰহণৰ আগতে শান্ত হৈ ব্যৱস্থা ল’ব ৷ ভুল সিদ্ধান্তই বিপদত পেলাব পাৰে ৷ পত্নীৰ লগত আলোচনা নকৰাৰ ফলত বুজাপৰাৰ অভাবে দেখা দিব ৷ মানসিক অশান্তিয়ে শাৰীৰিক সমস্যাৰ আৰম্ভণি কৰিব ৷ 

মিথুন ৰাশি:  দিনটো মিশ্ৰ ফলদায়ক ৷ ডাঙৰ সকলৰ পৰা উপদেশ মুলক বাৰ্তা লাভ কৰিব ৷ সন্তানৰ পৰা ভাল খবৰ পাব ৷ জীৱনসংগী লাভ কৰাৰ উত্তম সময় ৷ প্ৰেমত শুভ ৷

কৰ্কট ৰাশি: আপোনাৰ ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত ভাগ্যৰ প্ৰভাৱ পৰিব আৰু আপুনি জীৱনত সুৰক্ষিত অনুভৱ কৰিব ৷ কামত সফলতা আৰু উন্নতি লাভ কৰিব ৷ ঘৰুৱা পৰিবেশটো আপোনাৰ বুদ্ধি কামত লগাব পাৰিব ৷  শৰীৰ ভালে যাব আৰু বৈবাহিক সুখ লাভ কৰিব ৷

সিংহ ৰাশি:  অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ আপুনি কৰিবলৈ বিচৰা সকলো কামৰ ফল লাভজনক হ’ব, মাত্ৰ আপুনি আপোনাৰ খঙৰ ওপৰত কাবু ৰাখক ৷ ধৰ্মীয় কাম কিছুমান কৰিব পাৰে অথবা ধৰ্মীয় স্থান পৰিভ্ৰমণ কৰিব পাৰে ৷ যিয়ে আপোনাক শান্ত ৰখাত সহায়ক হ’ব ৷

কন্যা ৰাশি:  সোনকালে খং উঠা সকলৰ বাবে ভাল সময় নহয় ৷ নতুন কাম আৰম্ভ কৰাৰ উচিত সময় নহয় ৷ ব্যৱসায়িক প্ৰতিদ্বন্দ্বীসকলে আপোনাক বিপদত পেলাব পাৰে৷ ভ্ৰমণ এৰাই চলক ৷

তুলা ৰাশি: এট সুন্দৰ দিন ৷ পুৰণি বন্ধুক লগ কৰিব পাৰে ৷ আপোনাৰ ফাললৈ অহা বিপৰীত চিন্তাবোৰ আঁতৰি যাব ৷ আপুনি অংশ লোৱা সকলো কামত আপুনি ফুৰ্তি পাব।  সমাজত আপোনাৰ সন্মান বৃদ্ধি হ’ব ৷

বৃশ্চিক ৰাশি: দিনটো শুভ, গ্ৰহৰ প্ৰভাৱত প্ৰেমৰ সম্পৰ্ক উন্নত হ’ব ৷ প্ৰেমত পৰা আৰু বিবাহৰ উত্তম । বন্ধুক লগ পাব পাৰে ৷ কামৰ ক্ষেত্ৰত ভাল খবৰ আহিব। সহকৰ্মী সকলৰ পৰা সন্মান লাভ কৰিব ৷ নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত ভাগ্যই আপোনাক লগ দিব ৷ 

ধনু ৰাশি: সফলতা নোপোৱালৈকে যুঁজি থাকক ৷ আশা নেহেৰুৱাব ৷ আজিৰ দিনটো বৰ সহজ নহয় , আশা কৰা ধৰণৰ ফল লাভ নকৰিবও পাৰে ৷ আপোনাক দিয়া কাম শেষ হওতে অনাহকত পলম হ’ব ৷ সহযোগীতাৰ অভাৱ অনুভৱ কৰিব।

মকৰ ৰাশি:  আপুনি ভাগৰুৱা আৰু এলাহ অনুভৱ কৰিব ৷ নিদ্ৰাহীনতাই আপোনাক অসুবিধাত পেলাব ৷ শান্ত হওক। ভাল চিন্তা কৰক আৰু বিপৰীতমূখী লোকৰ পৰা আঁতৰি থাকক ৷ প্ৰিয়জনৰ লগত কথা পাতক যিয়ে আপোনাক সকাহ দিব ৷ 

কুম্ভ ৰাশি: বেয়া সপোন বা আপোনাৰ চাৰিওফালে ঘটি থকা ঘটনাই আপোনাৰ মনক বিচলিত কৰিব পাৰে ৷ দুপৰীয়ালৈ গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনৰ অৱস্থাৰ পৰিবৰ্তন হ’ব ৷ পত্নী বা ভাতৃ ভগ্নীৰ লগত সময় কটাওক ৷ 

মীন ৰাশি:  ভুল বুজা-বুজি আৰু কাজিয়া হ’ব পাৰে ৷ কামত সম্পূৰ্ণ চকু ৰাখক ৷ খৰচ কমোৱাৰ চেষ্টা কৰক ৷ আজি কাৰো পৰা ধাৰ নল'ব আৰু কাকো ধাৰ নিদিব ৷ স্বাস্থ্যৰ দিশত গুৰুত্ব দিয়ক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব