--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰথমে ডিব্ৰুগড়ত ভৰি থবহি অমিত শ্বাহে। দিনৰ ১০.১০ বজাত অমিত শ্বাহৰ হেলিকপ্টাৰ দিল্লীৰ পৰা উৰা মাৰি ১২ বজি ৪০ মিনিটত ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰ পাবহি আৰু মোহনবাৰী বিমান বন্দৰৰ পৰা ১২.৪৫ বজাত তেওঁ অৰুণাচল প্ৰদেশৰ কিৱিতুলৈ ৰাওনা হ'ব। 

দিনৰ ২ বজাত তেওঁ আনজাউ জিলাৰ কিৱিতুত উপস্থিত হ'ব অমিত শ্বাহ। অৰুণাচল প্ৰদেশৰ কেইবাটাও কাৰ্যসূচীত অংশগ্রহণ কৰিব মন্ত্রীগৰাকীয়ে। কাইলৈ ১১.৩৫ বজাত ৱালৱালঙৰ পৰা ডিব্ৰুগড়ৰ অভিমুখে পুনৰ হেলিকপ্টাৰ যোগে ৰাওনা হ'ব অমিত শ্বাহ আৰু দিনৰ ১২.৩৫ বজাত তেওঁ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হ'বহি। 

তাৰপৰা তেওঁ ১২.৪০ত ডিব্ৰুগড়ৰ মানকতা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া জনসভাৰ স্থলীলৈ ৰাওনা হব। ১২:৫০ ত মানকতাত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। এই স্থানতে জনসভা বিজেপিৰ নতুন কাৰ্যালয়ৰ ভূমি পূজন ইত্যাদি সম্পন্ন কৰি তেওঁ আহাৰ গ্ৰহণ কৰিব আৰু পুনৰ সেই পথেৰে মোহনবাৰী বিমান বন্দৰলৈ ৰাওনা হ'ব। আৰু বিয়লি ২:১০ বজাত বিমান বন্দৰ পোৱাৰ পাছত ২:১৫ দিল্লী অভিমুখে ৰাওনা যাব আৰু ৪.৪৫ বজাত নতুন দিল্লী পাবগৈ।

অমিত শ্বাহৰ অসম তথা অৰুণাচল প্ৰদেশলৈ আগমনক লৈ ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে বিজেপি দলৰ কৰ্মকৰ্তাৰ মাজত 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ