--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় নৌসেনাৰ জাহাজ আই এন এছ ব্ৰহ্মপুত্ৰত সংঘটিত হৈছে এক দুৰ্ঘটনা, য'ত এজন সেনা জোৱানে প্ৰাণ হেৰুৱাইছে। শনিবাৰে (০৮ এপ্ৰিল) এটা অভিযানৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। সাগৰত অভিযান চলোৱাৰ সময়ত আই এন এছ ব্ৰহ্মপুত্ৰ জাহাজত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয় ২৩ বছৰীয়া আৰ্টিফিচাৰ ২৩ বছৰীয়া মোহিত হাল।

এই দুৰ্ঘটনা সন্দৰ্ভত ভাৰতীয় নৌসেনাৰ নাৱিকজনৰ মৃত্যুৰ কাৰণ তদন্ত কৰিবলৈ তদন্তকাৰী ব’ৰ্ডক নিৰ্দেশ দিয়া হৈছে। তিনি বছৰ পূৰ্বে নৌসেনাৰ আন এজন লোক দুৰ্ঘটনাত নিহত হৈছিল।সেই সময়ত মৃত্যু হোৱা সুৰেন্দ্ৰনগৰৰ লীলাপুৰৰ বাসিন্দা কুলদীপ থাৰোদাই মুম্বাইত আই এন এছ ব্ৰহ্মপুত্ৰ ইউনিটত কৰ্মৰত আছিল।

উল্লেখযোগ্য যে বৰ্তমান ভাৰতত শিৱলিক শ্ৰেণী, তালৱাৰ শ্ৰেণী আৰু ব্ৰহ্মপুত্ৰ শ্ৰেণীৰ মুঠ ১২খন ফ্ৰিগেট আছে। আটাইতকৈ গধুৰ আৰু অত্যাধুনিক হৈছে ৬২০০ টন ওজনৰ শিৱলিক শ্ৰেণীৰ ফ্ৰিগেট। এইবোৰ যুদ্ধ জাহাজ যাৰ মূল কাম আক্ৰমণ কৰা।এই যুদ্ধ জাহাজ সমূহত ষ্টেলথ গাইডেড মিছাইল ফ্ৰিগেট আছে, যাৰ দ্বাৰা মিছাইল প্ৰক্ষেপণ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ