--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি পুনৰ অসম আৰু অসমীয়াৰ আশীৰ্বাদ শিৰত লৈ খেলপথাৰত নামিব ৰিয়ান পৰাগ৷সন্ধিয়া ৭.৩০ বজাত চেন্নাইস্থিত এম এ চিদাম্বৰম ষ্টেডিয়ামত খেলিবৰ বাবে নামিব ৰিয়ান পৰাগ৷

চেন্নাই চুপাৰ কিংছ্ আৰু ৰাজস্থান ৰয়েলছ মেচখনৰ বাবে প্ৰতিজন ক্ৰিকেটপ্ৰেমী উৎকণ্ঠাৰে ৰৈ আছে৷উল্লেখযোগ্য যে আজিৰ খেলখন হ’ব ৰিয়ান পৰাগে নিজক প্ৰতিপন্ন কৰাৰ খেল৷ৰিয়ান পৰাগে সৰুৰেপৰা মহেন্দ্ৰ সিং ধোনীৰ পদাংক অনুসৰণ কৰাৰ কথা সময়ে সময়ে কৈ আহিছে৷কিন্তু আজিৰ খেলখন হ’ব কিছু ব্যতিক্ৰম, ৰিয়ান পৰাগ আৰু মহেন্দ্ৰ সিং ধোনী হ’ব দুয়ো দুয়োৰে বিপৰীত দলত৷আজি বেটিঙৰ পাল পৰিলে ৰিয়ান পৰাগে মহেন্দ্ৰ সিং ধোনীৰ ৰণনীতিক কিদৰে প্ৰত্যাহ্বান জনাই,সেইয়া হ’ব লক্ষণীয়৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement