--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে প্ৰবীণ তাৰকা ঋষি কাপুৰৰ বয়স হ’লহেঁতেন ৭১ বছৰ। তিনি বছৰ পূৰ্বে লিউকেমিয়াৰ বাবে তেওঁৰ মৃত্যু হৈছিল যদিও তেওঁৰ স্মৃতি সকলোৰে মাজত জীয়াই আথে -- বিশেষকৈ তেওঁৰ ছবি আৰু তেওঁৰ পৰিয়ালৰ ছবিৰ জৰিয়তে। আজি তেওঁৰ ৭১ সংখ্যক জন্ম জয়ন্তীত তেওঁৰ কন্যা ৰিদ্ধিমা কাপুৰ সাহনীয়ে শৈশৱৰ দিনৰ এখন ছুপাৰ কিউট ছবি ড্ৰপ কৰে।

ছবিখনত দেখা গৈছে যে কণমানি ৰিদ্ধিমা আৰু কণমানি ৰণবীয়ে তেওঁলোকৰ দেউতাক ঋষি কাপুৰৰ সৈতে ষ্টাইলিছভাৱে পোজ দিছে। পোষ্টটোৰ কেপচনত লিখিছে, "হেপি বাৰ্থডে পাপা (হোৱাইট হাৰ্ট ইমোজি)। আজি আৰু অলপ মিছ ইউ...।"

লিউকেমিয়া ৰোগত আক্ৰান্ত হৈ দুবছৰীয়া যুঁজৰ অন্তত ২০২০ চনৰ ৩০ এপ্ৰিলত ৬৭ বছৰ বয়সত মৃত্যু হয় ঋষিৰ। ববি, চান্দনী, হেন্না, সাগৰ, ডো দুনী চৰ, অগ্নিপাথ, অমৰ আকবৰ এন্থনী, কভি কভি, নাছিব, কুলি আৰু আজুবা, কাপুৰ এণ্ড সন্স আৰু মুলকে আদি বহু ছবিত কাম কৰিছিল তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক