--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে এছিয়া কাপৰ খেলত ভাৰত আৰু পাকিস্তানৰ মুখামুখি হয়। তাৰ আগতে উৰ্বশী ৰাউটেলা পুনৰ শিৰোনামলৈ আহিছিল। খেলখনৰ পূৰ্বে বলীউডৰ অভিনেত্ৰীগৰাকীয়ে এটা কাহিনী পোষ্ট কৰিছিল যিয়ে বিতৰ্কৰ সৃষ্টি কৰিছিল।

ছচিয়েল মিডিয়াত পোহৰলৈ আহিছে ৰাউটেলাৰ এটা পোষ্ট। দেখাত খেল আৰম্ভ হোৱাৰ আগতেই তেওঁ টিভিত খেলখন চাই থকা এখন ছবি পোষ্ট কৰিছিল। পাকিস্তানৰ দল থিয় হৈ থকা দেখা গ’ল। সেই ক্ৰিকেটাৰসকলৰ ভিতৰত নাছিম শ্বাহ আছে। ইয়াৰ পিছতে উৰ্বশীৰ পোষ্টক লৈ জল্পনা-কল্পনা আৰম্ভ হ’ল।

যোৱা বছৰ ডুবাইৰ ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা এখন খেলত উৰ্বশী উপস্থিত আছিল। পিছত এটা ভিডিঅ’ পোষ্ট কৰিলে, য’ত তেওঁ আৰু নাছিমক দেখা গৈছে। তেতিয়াৰ পৰাই জল্পনা-কল্পনা আৰম্ভ হ’ল যে তেওঁৰ নাছিমৰ সৈতে সম্পৰ্ক আছে। উৰ্বশীয়ে কেতিয়াও ৰাজহুৱাভাৱে এই সম্পৰ্ক স্বীকাৰ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক