--°C
Loading...
Listen to Article
2 min read
80%
১১ নৱেম্বৰ ২০২৩, শনিবাৰ

 
মেষ – আপোনাৰ সম্পৰ্কক আকৌ নতুনকৈ আৰম্ভ কৰাৰ শ্ৰেষ্ঠ সময়। পছন্দৰ কাম কৰি অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পোৱাৰ সম্ভাৱনা।জীৱনত দ্বিতীয় সুযোগ আহিব পাৰে। শুভ সংখ্যা ৫, শুভ ৰং মাখন।


বৃষ- সৃষ্টিশীল কাৰ্যকলাপে আপোনাক মান সন্মান প্ৰদান কৰিব। ভাতৃ-ভগ্নীৰ সহায় লাভ কৰিব পাৰে। প্ৰেমিকৰ গুৰুত্ব উপলব্ধি কৰিব। পত্নীৰ সৈতে প্ৰেমৰ সম্পৰ্ক শক্তিশালী হৈ উঠিব। শুভ সংখ্যা- ৩ , শুভ ৰং ৰঙা ।

মিথুন – আপোনাৰ গাম্ভীৰ্যপূৰ্ণ ব্যৱহাৰৰ বাবে আপোনাৰ চাৰিওফালৰ মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ’ব। পত্নীৰ সৈতে আজি কোনো কথাক লৈ মনোমালিন্য হোৱাৰ সম্ভাৱনা।শুভ সংখ্যা ৮ , শুভ ৰং গুলপীয়া।

কৰ্কট – উপাৰ্জনৰ দিশত আজি ভাল দেখা যায়। আজি নিজৰ বাবে বিশেষ কিবা এটা কৰক। কঠোৰ পৰিশ্ৰমে আপোনাৰ জীৱনলৈ সফলতা আনিব। পৰিয়াল আৰু আত্মীয়ৰ সৈতে সময় কটাওক।আপুনি আজি অপ্ৰত্যাশিত কোনো উৎসৰ পৰা ধন লাভ কৰিব পাৰে। শুভ সংখ্যা ৮, শুভ ৰং পাতল গুলপীয়া।

সিংহ –আজি এনে এজনৰ সৈতে দেখা হোৱাৰ সম্ভাৱনা আছে যাক খুব পছন্দ হ’ব পাৰে। কৰ্মক্ষেত্ৰত বিভ্ৰান্তি থাকিলে কামত প্ৰভাৱ পেলাব। শুভ সংখ্যা ১, শুভ ৰং আকাশী। 

কন্যা -আপোনাৰ সংগীৰ মানসিক সাহায্যৰ প্ৰয়োজন আছে। আজি আপোনাৰ মনোযোগ নষ্ট হোৱাৰ সম্ভাৱনা আছে।সিদ্ধান্তহীনতাত ভুগিলেও এতিয়া সময় আহিছে পদক্ষেপ লোৱাৰ। শুভ সংখ্যা ৭, শুভ ৰং হালধীয়া। 

তুলা – আপোনাৰ সংগীক সুখী কৰা কোনো কাম কৰিব পাৰে। নতুন ঘৰ বা ব্যৱসায় বা যান–বাহন কিনাৰ বাবে আজি ডাঙৰ ঋণ আবেদন কৰিব পাৰে।আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে ভাল সময় কটোৱাৰ সম্ভাৱনা। শুভ সংখ্যা ৪, শুভ ৰং নীলা।

বৃশ্চিক -আপোনাৰ পিতৃ–মাতৃৰ সৈতে সময় কটোৱাৰ বাবে দিনটো বিশেষভাৱে অনুকূল। আজি পুৰণি ভুল বুজাবুজিবোৰ দূৰ কৰাৰ বাবে সঠিক সময়। আপোনাৰ সৰ্মক্ষেত্ৰত উত্তেজনামূলক পৰিৱেশ সৃষ্টি হ’ব পাৰে। শুভ সংখ্যা ৯, শুভ ৰং ৰঙা।

ধনু- জখম নোহোৱাকৈ কাম কৰিবলৈ চেষ্টা কৰক।আজি অতিৰিক্ত কিছু কামৰ দায়িত্ব লোৱাৰ চেষ্টা কৰক। পতি-পত্নীৰ মাজত কাজিয়াৰ সম্ভাৱনা।ডাঙৰ ক্লায়েণ্টৰ সৈতে ডিল কৰিব পাৰে। শুভ সংখ্যা ৬, শুভ ৰং সেউজীয়া।

মকৰ- হজমৰ সমস্যাত ভুগিব পাৰে।
নিজৰ মানসিক স্বাস্থ্যৰ যত্ন লওক আজি।আপোনাৰ সংগীৰ এই মুহূৰ্তত আপোনাৰ সহায়ৰ প্ৰয়োজন। আজি আপোনাৰ শক্তি তুংগত থাকিব। শুভ সংখ্যা ১, শুভ ৰং গাঢ় নীলা।

কুম্ভ – আজি বহুতে আপোনাৰ প্ৰতি আকৰ্ষিত হ’ব। বাকী ৰখা কাম আকৌ আৰম্ভ কৰিব পাৰে। আপুনি যিটো ভাল বুলি ভাৱে আজি সেয়াই কৰক।ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। শুভ সংখ্যা ৬, শুভ ৰং মুগা।

মীন –  শ্বেয়াৰ বজাৰত বিনিয়োগকাৰী সকলে লাভৰ মুখ দেখিব। আপোনাৰ প্ৰেম জীৱন নতুন উচ্চতাত উপনীত হ’ব। আপোনাৰ শৈল্পিক আৰু সৃজনশীল সামৰ্থ্যই যথেষ্ট প্ৰশংসা লাভ কৰিব। শুভ সংখ্যা ২, শুভ ৰং বগা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক