--°C
Loading...
Listen to Article
2 min read
80%
মেষ- চিন্তা নকৰাকৈ কাকো প্ৰতিশ্ৰুতি নিদিব ।জীৱন সংগীৰ লগত চলি অহা দীঘলীয়া মতভেদ আজি সমাপ্ত হোৱাৰ সম্ভাৱনা আছে। শিৱৰ আৰাধনা কৰক।

বৃষ- কৰ্মক্ষেত্ৰত আজি ধন লাভৰ যোগ আছে।সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হ'ব পাৰে।আমিষ আহাৰ পৰিহাৰ কৰক। ব্যৱসায়ত মধ্যমীয়া। 

মিথুন- হিংসা আৰু ঘৃণাই আজি আপোনাৰ বাবে বিপদ মাতি অনিব পাৰে । প্ৰিয়জনে আপোনাৰ বাবে আনন্দ আৰু সুখ কঢ়িয়াই আনিব। শিৱ মন্দিৰ যাওক।

কৰ্কট- আজি আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব| কৰ্মক্ষেত্ৰত সুনাম লাভ কৰিব। শিৱৰ মন্ত্ৰ জপ কৰক।

সিংহ- আপোনাৰ সন্তানৰ উন্নতমানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব লগীয়া হ’ব পাৰে। কোনো মূল্যবান বস্তু হেৰাব পাৰে।

কন্যা- অলপ সাৱধান হ’ব। হাতত থকা পইচা অধিক খৰচ হ’ব। সফলতা পাবলৈ যথেষ্ট পৰিশ্ৰম কৰিব লাগিব। নতুন উদ্যোগৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক। শিৱ চালিছা পাঠ কৰক।

তুলা- কোনো নতুন কামৰ লগত জড়িত হোৱাৰ আগতে জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লওক। ভ্ৰমণৰ সম্ভাৱনা আছে। আৰ্থিক স্থিতি সবল থাকিব। শিৱৰ আশীৰ্বাদ থাকিব।

বৃশ্চিক- আজিৰ দিনটো ফুৰ্তি আৰু আনন্দৰে পাৰ হ’ব। কাৰোবাৰ পৰা অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে। শিৱ মন্দিৰ দৰ্শন কৰিলে শান্তি পাব।

ধনু- কৰ্মক্ষেত্ৰত খ্যাতি লাভ কৰিব। ঘৰলৈ আলহী আহিব পাৰে। জীৱন সংগীৰ পৰা উপহাৰ লাভ কৰিব।আজি কামৰ ক্ষেত্ৰত কোনো শুভ সংবাদ লাভ কৰিব৷

মকৰ- আয় বাঢ়িব। কোনো কথাত হতাশা বাঢ়িব পাৰে। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হ'ব পাৰে। ব্যৱসায়ত মধ্যমীয়া। শিৱৰাত্ৰিৰ প্ৰসাদ খাবলৈ পাব।

কুম্ভ- কৰ্মস্থানত সন্মান লাভ কৰিব। শিৱৰ মন্দিৰত মিঠাই দিলে ভাবি থকা সকলো কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। মনত শান্তি।

মীন – স্বাস্থ্য ভালে যাব।দাম্পত্য জীৱনত কাজিয়াৰ আশংকা আছে। শিৱৰ আশীৰ্বাদ পাবলৈ শিৱলিংগত বেলপাত আগবঢ়াওক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ