--°C
Loading...
Listen to Article
2 min read
80%
১৯ মে' ২০২৩, শুকুৰবাৰ

মেষঃ  আজিৰ দিনটো শৰীৰৰ উন্নতি কাৰক যদিও দুপৰীয়াৰপৰা দুৰ্বলতাৰ যোগ। মানসিক দিশত নিৰাশ হ’ব পাৰে। আর্থিক,কৰ্ম আৰু বাণিজ্যত লাভ কিছু কমকৈ পাব। দিনটো শুভ।

বৃষঃ  আজিৰ দিনটোত শৰীৰৰ উন্নতি হ’ব। কর্ম, বাণিজ্য আৰু আর্থিকত আশা লাভৰ যোগ। সকলো ফালৰ পৰা দিনটো শুভ কাৰক হ’ব। আলহী আহিব।

মিথুন:  আজিৰ দিনটো শৰীৰৰ কিছু অশান্তি থাকিব। মনত চিন্তা, হতাশাৰ যোগ। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ। ৰাজনীতিক, সমাজসেৱীৰ লাভৰ যোগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো মিশ্রিত কাৰক হ’ব।

কৰ্কটঃ  আজিৰ দিনটো শৰীৰৰ অশান্তিৰ যোগ। মনৰ সাহস অক্ষুন্ন থাকিব। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ মানসিক অশান্তি কাৰক। প্রেম-পাৰিবাৰিকত অশুভ কাৰক। দিনটো মধ্যমীয়া যাব।

সিংহঃ  আজিৰ দিনটো শাৰীৰিক দিশত শুভ কাৰক হ’ব। মনৰ অশান্তি থাকিব পাৰে। পৰিয়ালত অশান্তিৰ যোগ। কর্ম, বাণিজ্য আৰু আর্থিক অলপ উন্নতি কাৰক। প্ৰেমত হতাশাৰ যোগ। সমাজসেৱা, ৰাজনীতি আৰু সংবাদসেৱাত যুক্তসকলৰ কিছু অশান্তি থাকিব।

কন্যাঃ  আজিৰ দিনটো শৰীৰৰ বাবে শুভ কাৰক, ৰোগৰ উপশম হোৱাৰ যোগ। মনৰ কিছু অশান্তি হ’ব পাৰে। সাহিত্যিক, শিল্পীৰ শুভ সংযোগ কাৰক হ’ব। প্রেম আৰু পাৰিবাৰিক দিশত অলপ অশান্তি হ’ব। দিনটো অশুভ।

তুলা:  আজিৰ দিনটোত শৰীৰৰ সুস্থতাৰ যােগ। কোনোকাৰণত মানসিক অশান্তি হব পাৰো পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভ কাৰক। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতিহব। শিক্ষার্থীৰ শুভ।

বৃশ্চিকঃ  আজিৰ দিনটো শাৰীৰিক আৰু মানসিক দিশত অশান্তি কমিব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক দিশত অলপ শুভ কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো কিছু অশুভ।


ধনুঃ  আজিৰ দিনটো শৰীৰৰ শুভ যদিও মনৰ বিভিন্ন অশান্তি আৰু দুশ্চিন্তা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ।আর্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতো লাভৰ যোগ।বিদ্যার্থী, শিল্পী, সাহিত্যিকৰ অস্থিৰতা সত্ত্বেও নতুন উন্নত যোগাযোগ হ’ব।

মকৰঃ  আজি শাৰীৰিক ৰোগ-ৰিষ্টৰ কাৰক যদিও শুভ হ’ব। মনৰ অশান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট অশান্তি হ’ব পাৰে। শিক্ষার্থী, শিল্পী, সাহিত্যিকৰ অস্বস্তি মাজতত আশাৰ যোগ।

কুম্ভঃ  আজিৰ দিনটো শাৰীৰিক কিছু শুভ কাৰক। কোনােকথাত মনৰ অশান্তি বৃদ্ধি হব পাৰে। শিক্ষার্থী, শিল্পীৰ মনত অশান্তি থাকিলেও কিছু সুফল লাভৰ যোগ।

মীনঃ  আজিৰ দিনটো শৰীৰৰ উন্নতিৰ যোগ যদিও চঞ্চলতা বৃদ্ধি পাব। মন ভাগৰুৱা হ’ব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক সামান্য লাভৰ যোগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে