--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি চুহানা খানে ২৩ সংখ্যক জন্মদিন উদযাপন কৰিছে৷চুহানাই পিতৃ, বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীকে ধৰি সকলোৰে পৰা মৰমৰ বৰষুণ পাইছে। যুৱ অভিষেককাৰীগৰাকীয়ে আজি ছুপাৰষ্টাৰ পিতৃ শ্বাহৰূখ খানৰ পৰা শুভেচ্ছা লাভ কৰিছিল।তাৰকাগৰাকীয়ে কন্যাক আজি বিশেষ দিনটোৰ শুভেচ্ছা জনাই তেওঁৰ কন্যাৰ এটা পূৰ্বে নেদেখা  ৰীল ভিডিঅ’ শ্বেয়াৰ কৰে। সুহানা নিশ্চয় ভিডিঅ'টোত বহুত সুখী দেখা গৈছে। ইয়াৰ লগে লগে শ্বাহৰূখে নিজৰ কন্যাৰ বাবে এটা চুটি আন্তৰিক শুভেচ্ছা লিখিলে।

পিতৃ শ্বাহৰুখ খানে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ’টোত আমি দেখিবলৈ পাওঁ যে চুহানা খান আইচ স্কেটিং ৰিঙত ঘূৰি ফুৰিছে। হয়, সেইটো আপুনি ঠিকেই পঢ়িছে। আৰু চুহানা দেউতাক আৰু তাইৰ মাক গৌৰী খানৰ দৰেই ষ্টাইলিছ। চুহানাক দেখা গৈছে ক’লা ৰঙৰ ক্ৰপ টপ আৰু কম কঁকালৰ ডেনিমত। বুমেৰাং ভিডিঅ' আৰু চুহানাৰ চুলিৰ ফ্লিপটোৱেও দৃষ্টি টানিছে সকলোৰে৷ তাই মাত্ৰ উপভ কৰি আছে। পিতৃৰ আৰ্কাইভৰ পৰা শ্বাহৰুখ খানে ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁক শুভেচ্ছা জনাইছে, "আজি তোমাৰ জন্মদিন আৰু তোমাক চিৰদিনৰ বাবে শুভেচ্ছা থাকিল৷ ল’ভ ইউ বেবী।" 

উচ্চাকাংক্ষী চুহানাই প্ৰথমে মন্তব্য কৰিছিল যে, “ল’ভ ইউ দ্য মষ্ট,” ল’ভ ইম’জিকনৰ সৈতে আৰু দ্বিতীয়টো মন্তব্য হৈছে  হাঁহি থকা। তেওঁলোকৰ এই পাৰস্পৰিক ক্ৰিয়া-কলাপে মনোৰঞ্জনৰ বাতৰিত ইতিমধ্যে ভাইৰেল হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে