--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাথৰূম বনাওঁতে বা বাথৰূমলৈ যাওঁতে বা বাথৰূম ব্যৱহাৰ কৰোঁতে কিমান কথা মনত ৰাখিব লাগে? বাস্তুৰ মতে, যদি এই নিয়মসমূহ মানি চলা হয় তেতিয়া আপুনি দেখিব যে আপোনাৰ জীৱনটো অতি স্বাভাৱিক হৈ পৰিব। আমি প্ৰায়ে বুজি নাপাওঁ যে আমাৰ জীৱনটো কিয় দুখীয়া হৈ পৰিছে। কিয় ধনৰ অভাৱে দেখা দিয়ে। যদি আপুনি এই এই নিয়মসমূহ আপোনাৰ মনত ভালদৰে হৃদয়ংগম কৰি লয়, যদি আপুনি এই নিয়মসমূহ মানি চলে, তেন্তে আপুনি দেখিব যে বিত্তীয় সংকট সম্পূৰ্ণৰূপে নাইকিয়া হৈছে।

১) বাথৰূমত কেতিয়াও গছ-গছনি ৰোপণ নকৰিব। আমি বহুতে
বতাহ বিশুদ্ধ কৰিবলৈ গছ-গছনি বাথৰুমত ৰাখোঁ, বাস্তৰ মতে, যদি বাথৰূমত গছ ৰোপণ কৰা হয় তেন্তে আপোনাৰ জীৱনত আৰ্থিক অৱনতি ঘটিব পাৰে।

২)বাথৰূমত ব্যৱহাৰ কৰা জোতা বা চেণ্ডেল কেতিয়াও ঘৰত বা আন কোঠাত ব্যৱহাৰ কৰিব নালাগে।বাথৰূমত ব্যৱহাৰৰ বাবে সুকীয়া চেণ্ডেল  ব্যৱহাৰ কৰা উচিত।

৩) বাথৰূমটো সজাবলৈ আমি যিমানেই নকৰোঁ কিয়, কিন্তু বাথৰূমৰ বেৰত কোনো ধৰণৰ পেইন্টিং ব্যৱহাৰ কৰিব নোৱাৰি, সেয়া একেবাৰেই কৰা উচিত নহয়।

৪)বাস্তুৰ মতে তিতা কাপোৰ কেতিয়াও বাথৰূমত ৰাখিব নালাগে, তেতিয়া আপোনাৰ জীৱনৰ আৰ্থিক সংকট দুগুণ হব। গতিকে বাস্তু শাস্ত্ৰৰ মতে তৎক্ষণাত বাথৰূমৰ পৰা ভিজা কাপোৰ আঁতৰাই দিব লাগে।

৫) গা ধোৱাৰ সময়ত বাথৰূমত চুলি পৰি যোৱাটো স্বাভাৱিক। কিন্তু সেই চুলিখিনি বাথৰুমত থাকিব নালাগে। বাস্তুৰ মতে, যদি চুলি এনেকৈয়ে থাকে, তেন্তে আপোনাৰ জীৱনটো অধিক দুখীয়া হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?