--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানত ঘটিছে এক শোকাৱহ পথ দুৰ্ঘটনা। এটা পৰিয়ালে এখন মিনি ভেনত বিয়া লৈ গৈ আছিল।ভানখনৰ সৈতে বিপৰীত দিশৰ পৰা আহি থকা এখন বাছৰ মাজত হোৱা সংঘৰ্ষত  একেটা পৰিয়ালৰে  সাতজন সদস্যই মৃত্যুবৰণ কৰে। ঘটনাটো ৰাজস্থানৰ দিদৱানা-কুচামান জিলাত সংঘটিত হৈছে।

 আৰক্ষীয়ে জনোৱা অনুসৰি পৰিয়ালটোৱে  চিকাৰ জিলাৰ পৰা নাগাউৰত এখন বিয়াত অংশ ল'বলৈ গৈ আছিল। খুনখুনা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত বনথাৰী গাঁৱৰ ওচৰত এখন বাছৰ সৈতে মিনি-ভানখনৰ মুখামুখি সংঘৰ্ষ হয়।দুৰ্ঘটনাটো  ইমানেই  বেছি ভয়ংকৰ  আছিল যে ভানখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।। গেছ কাটাৰেৰে গাড়ীৰ দুৱাৰ কাটিহে সকলো আৰোহীক উদ্ধাৰ কৰিবলগীয়া হয়।  ঘটনাস্থলীতে পৰিয়ালটোৰ সাতজন সদস্যৰ মৃত্যু হয়। বাকী দুজন গুৰুতৰভাৱে আহত হয় । তেওঁলোকক উদ্ধাৰ কৰি  এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এজন প্বাৰত্যদৰ্শীয়ে প্ৰকাশ কৰা মতে দুয়ো খন বাহনেই  তীব্ৰ গতিত চলি আছিল।দুৰ্ঘটনাৰ  শব্দ শুনি স্থানীয় লোকসকলে ঘটনাস্থলীলৈ দৌৰি যায় আৰু উদ্ধাৰ অভিযানত নামি পৰে। স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত  গেছ কাটাৰেৰে ভান খনৰ দুৱাৰ কাটি আহ আৰু নিহতসকলক উদ্ধাৰ কৰা হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস