--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ উদয়পুৰৰ এজন লোকে  তেওঁৰ ১৭ লাখ টকীয়া  গাড়ী খনত দেখা দিয়া  কাৰিকৰী বিজুতিৰ বাবে গাড়ী  খন অইন গাড়ীৰে টানি অনাৰ সলনি এটা গাধৰ সহায়ত শ্ব'ৰুমলৈ টানি নিয়াৰ দৃশ্যই বহুতকে আমোদ দিছে। 

এই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে  সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।  লোকজনে তেওঁৰ গাড়ী খন সঘনাই বেয়া হৈ থকাৰ প্ৰতিবাদ জনাবলৈয়েই এনেদৰে গাধ ব্যৱহাৰ কৰি  গাড়ীখন শ্ব'ৰুমৰ ডিলাৰৰ কাষলৈ নিয়ে। । গাড়ীখনৰ মালিকে ড্ৰাম বজাই  দুটা গাধ ব্যৱহাৰ কৰি তেওঁৰ বাহনখন শ্ব'ৰুমলৈ নয়াৰ  সিদ্ধান্ত লৈছিল। ডিলাৰশ্বিপে প্ৰদান কৰা গ্ৰাহক সেৱাত অসন্তুষ্ট হৈয়েই লোকজনে এনে অভিনৱ প্ৰতিবাদৰ পন্থা গ্ৰহণ কৰে।

 জানিব পৰা মতে  সোকজনে গাড়ীখন উদয়পুৰৰ মাদ্ৰু ঔদ্যোগিক এলেকাৰ এটা শ্ব'ৰুমৰ পৰা প্ৰায় ১৭.৫০ লাখ টকাত ক্ৰয় কৰিছিল।  নতুন বাহন হোৱা স্বত্বেও সঘনাই কাৰিকৰী বিজুতিত লোক জন হতাশ হৈ পৰিছিল। গাড়ী খনৰ গৰাকী ৰাজ কুমাৰে কয় যে যোৱা দুদিনত গাড়ীখন একাধিকবাৰ ঠেলিবলগীয়া হৈছে।  সেৱা কেন্দ্ৰৰ প্ৰতিনিধিসকলে সমস্যাটো বেটাৰীৰ বাবে হোৱা বুলি কৈ আহিছে যদিও সমস্যাৰ সমাধান আজিলৈকে হোৱা নাই।   তাৰেই প্ৰতিবাদ জনাবলৈ তেওঁ গাধৰ দ্বাৰা  গাড়ী খন টানি শ্ব’ৰূমলৈ নিয়ে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে