--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঈদৰ বতৰতে এগৰাকী মুছলমান য়ুটিউবাৰক হিন্দুলোকে গণপ্ৰহাৰ কৰাৰ বাতৰি পোৱা গৈছে। ঘটনাটো চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ উদয়পুৰৰ।

প্ৰকাশিত বাতৰিৰ মতে, মুছলমান ধৰ্মাৱলম্বী এগৰাকী য়ুটিউবাৰে ঈদ সম্পৰ্কীয় এটা মিউজিক ভিডিঅ’ত হিন্দু সম্প্ৰদায়ৰ য়ুৱতীক অভিয়ন কৰোৱাই গণ ৰোষত পৰিছে। স্থানীয় হিন্দু লোকে ঈদৰ সময়ত ভিডিঅ’টোত হিন্দু যুৱতীক কিয় অভিনয় কৰোৱা হৈছে বুলি প্ৰশ্ন কৰি মুছলমান য়ুটিউবাৰগৰাকীক গণ প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে।

বাপন নন্দী নামৰ য়ুটিউবাৰগৰাকীক ক্ষুব্ধ জনতাই তেওঁৰ ভিডিঅ’টোত হিন্দু যুৱতীক কিয় মুছলমান চৰিত্ৰ হিচাপে অভিনয় কৰোৱা হৈছে সেই বিষয়ে প্ৰশ্ন কৰে। সেই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

বাপনৰ লগৰ ইউটিউবাৰ সকলে এই কাণ্ডক গৰিহণা দিছে। জনাইছে যে ইয়াৰ দ্বাৰা সাম্প্ৰদায়িক সম্প্ৰীতিক বিনষ্ট কৰা হৈছে। ইফালে, বিশ্ব হিন্দু পৰিষদে নন্দীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে।

ইয়ুটিউবাৰ নন্দীয়ে দাবী কৰে যে তেওঁ ভিডিঅ’টোৰ প্ৰযোজক তেওঁ নহয় আৰু আন কে’বাগৰাকীও মডেল আৰু কন্টেন্ট ক্ৰিয়েটৰে শিল্পী হিচাপে ভিডিঅ’টোত অভিনয় কৰিছিল।

তদুপৰি ভিডিঅ’টোত অভিনয় কৰা যুৱতীকেইগৰাকীয়েও ভিডিঅ’ বিবৃতি প্ৰকাশ কৰি কয় যে মিউজিক ভিডিঅ’ত কোনো চৰিত্ৰক চিত্ৰিত কৰাত তেওঁলোকৰ কোনো আপত্তি নাই। তেওঁলোকে পেছাদাৰী শিল্পী হিচাপেহে ভিডিঅ’টোত অভিনয় কৰিছে

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে