--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ৷ কালিৰ দিনটোত নতুনকৈ ৫জনলৈ বৃদ্ধি ক’ভিডত আক্ৰান্তৰ সংখ্যা। চৌবিশ ঘণ্টাত অসমত আক্ৰান্ত হৈছে ৭০৭গৰাকী লোক৷

কামৰূপ (মেট্ৰ’) জিলাত ৬৯গৰাকী, ডিব্ৰুগড়ত ৬৭গৰাকী, যোৰহাটত ৯৩গৰাকী লোক আক্ৰান্ত হৈছে৷ চৌবিশ ঘণ্টাত মৃত্যু হৈছে দুগৰাকী লোকৰ৷ এতিয়ালৈকে কভিডৰ মৃত্যু হোৱাৰ সংখ্যা ৩গৰাকী। কালিৰ দিনটোত ক’ভিডৰ পজিটিভিটীৰ হাৰ  ১১.৫৫ শতাংশ।

ক’ভিদৰ সমান্তৰালভাৱে  জাপানীজ এনকেফেলাইটিজেও ৰাজ্যত গ্ৰহণ কৰিছে ভয়াৱহ ৰূপ৷ বৰ্তমানেও ৩২জন লোক জাপানীজ এনকেফ্লাইটিজত আক্ৰান্ত হৈ আছে। ১০ জন বৰ্তমানেও ICUত আছে।
জাপানীজ এনকেফেলাইটিজত ৪জনৰ মৃত্যু হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ