--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিকালি মহিলাৰ স্তন কেন্সাৰৰ ক্ষেত্ৰত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। সময়মতে স্তন কেন্সাৰ ধৰা নপৰিলে ই মাৰাত্মক হ’ব পাৰে। প্ৰতি বছৰে বহু মহিলাৰ স্তন কেন্সাৰত মৃত্যু হয়। স্তন কেন্সাৰৰ আশংকা মহিলাৰ মনত বৃদ্ধি পাবলৈ ধৰিছে। অৱশ্যে খাদ্যাভ্যাস আৰু সুস্থ জীৱনশৈলীৰ দ্বাৰা স্তন কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰি। স্তন কেন্সাৰৰ পৰা হাত সাৰিবলৈ খাদ্য তালিকাত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰিব লাগে, যাৰ ফলত কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰি।

 * নিয়মিতভাৱে ক’লা চাহ খালে স্তন কেন্সাৰৰ সম্ভাৱনা কমিব পাৰে। কাৰণ ক’লা চাহত এপিগালো কেটেচিন গেলেট নামৰ এবিধ উপাদান থাকে যিয়ে কৰ্কট কোষৰ বৃদ্ধিত বাধা দিয়ে।

* দিনটোত এবাৰ হ’লেও গ্ৰীণ টি খাব পাৰে। সেউজীয়া চাহত চহকী এন্টি-ইনফ্লেমেটৰী গুণ আছে যিয়ে স্তন কেন্সাৰ প্ৰতিৰোধ কৰে।

* কিছু লোকে অতি গৰম চাহ খায়, ইয়াৰ ফলত স্তন কেন্সাৰ হ’ব পাৰে। আচলতে গৰম উষ্ণতাই কেন্সাৰ কোষ বৃদ্ধি কৰাত সহায় কৰে। গতিকে অলপ গৰম বস্তুহে খাব লাগে।

* ভিটামিন-ডিয়ে কেন্সাৰ প্ৰতিৰোধ কৰাত বহুখিনি সহায় কৰে। সেয়ে খাদ্যত ভিটামিন-ডিসমৃদ্ধ গাখীৰ আৰু দৈ সেৱন কৰিব লাগিব। লগতে ভিটামিন-ডিৰ অন্যান্য খাদ্যও খাব লাগে।

* ভিটামিন-চিযুক্ত খাদ্য খালে স্তন কেন্সাৰৰ সম্ভাৱনা কম হয়। ভিটামিন-চিয়ে কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয়, কেন্সাৰ কোষকো হ্ৰাস কৰে।

* কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতো ঘেঁহুৰ ঘাঁহৰ জুচ অতি উপকাৰী। ই কেৱল কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ